Month: September 2026

এআই অটোফ’কাচ আৰু ৩০এফপিএছ শ্বুটিং সামৰ্থ্য বিশিষ্ট ছনী আৰX১০ V ভাৰতত মুকলি

ছনী ইণ্ডিয়াই অল-ইন-ৱান কেমেৰাৰ আৰX১০ শৃংখলাৰ পঞ্চম প্ৰজন্মৰ মডেল আৰX১০ V মুকলি কৰিছে, যি দীৰ্ঘ-দূৰত্বৰ জুম, এআই-চালিত অটোফ’কাচ আৰু উচ্চ-গতিৰ শ্বুটিং সামৰ্থ্যৰ সংমিশ্ৰণেৰে ফটোগ্ৰাফী অনুৰাগীসকলক উদ্দেশ্যি মুকলি কৰিছে। কেমেৰাটোত প্ৰায়…

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়।…

নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

ভয়ংকৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰা নেপালত যেন জীৱনদায়িনী দূত হৈ পৰিছে এগৰাকী মহিলা পাইলট। নেপালৰ প্ৰথমগৰাকী মহিলা হেলিকপ্টাৰ কেপ্তেইন প্ৰিয়া অধিকাৰীৰ দুঃসাহসিক উদ্ধাৰ অভিযানে এতিয়া বিশ্বজুৰি লাভ কৰিছে…

ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কংগ্ৰেছৰ; অৱশেষত আনুষ্ঠানিকভাৱে ভংগ বিৰোধী মিত্ৰজোঁট

অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰজোঁট। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ সৈতে মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে…

বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

নিশা কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ মাজতেই সংঘটিত গুলীচালনাত প্ৰাণ হেৰুৱালে দুজন আৰক্ষী জোৱানে। কামৰূপ জিলাৰ বকোস্থিত গামেৰীমূৰা আৰক্ষী পহৰা চকীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। সহকৰ্মী জোৱানৰ অতৰ্কিত আক্ৰমণত নিহত হোৱা…

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্ধমানৰ; আৰম্ভ কৰিব নতুন ইনিংছ

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে ২০১৯ চনৰ বালাকোট আক্ৰমণৰ পৰৱৰ্তী আকাশী যুদ্ধত পাকিস্তানৰ যুদ্ধবিমান ভূপতিত কৰা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানে। বায়ুসেনাত প্ৰায় ২২ বছৰীয়া সেৱা আগবঢ়োৱাৰ অন্তত এই…

ৰহাৰ টোলগে’টত ব্যক্তিগত বাহনৰ মাচুল ৰেহাই; স্থানীয় ৰাইজৰ বাবে টোলপাছৰ ব্যৱস্থা

ৰহাৰ টোলগে’টত এতিয়া আৰু স্থানীয় বাসিন্দাই দিব নালাগে টোল কৰ। স্থানীয় ৰাইজৰ ধাৰাবাহিক দাবীৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ আৰ্হিতেই…

৯,০০০ টোপোলাৰ সৈতে অসম, নাগালেণ্ড আৰু ওড়িশাত বান সাহায্য ক্ষিপ্ৰতৰ কৰি তুলিছে নেছলে ইণ্ডিয়াই

নেছলে ইণ্ডিয়াই অসম, নাগালেণ্ড আৰু ওড়িশাৰ বানপীড়িত লোকলৈ সহায়ৰ হাত আগবঢ়াইছে আৰু অসুৰক্ষিত বা বিপৰ্যস্ত পৰিয়ালসমূহক জৰুৰী সামগ্ৰী যোগান ধৰিবলৈ স্থানীয় প্ৰশাসনৰ সৈতে কাম কৰিছে।উজনি অসমৰ যোৰহাট আৰু শিৱসাগৰৰ জিলা…

এচিএ ষ্টেডিয়াম-গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ

অসম ক্ৰিকেট সন্থা (এচিএ)য়ে বুধবাৰে ঘোষণা কৰে যে ৩০ ছেপ্টেম্বৰত এচিএ ষ্টেডিয়াম, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন এদিনীয়া মেচৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।…

এলজিবিআই বিমানবন্দৰত ৫৭০ মিটাৰ প্ৰিচিচন এপ্ৰ’চ লাইটিং চিষ্টেমৰে অৱতৰণ সুৰক্ষা বৃদ্ধি

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় (এলজিবিআই) বিমানবন্দৰে নতুন ৫৭০ মিটাৰ প্ৰিচিচন এপ্ৰ’চ লাইটিং চিষ্টেম (পিএএলএছ) কাৰ্যক্ষম কৰিছে, যিয়ে ইয়াৰ এপ্ৰ’চ আৰু অৱতৰণ আন্তঃগাঁথনিত উল্লেখযোগ্য উন্নতি সাধন কৰিছে। উন্নত ব্যৱস্থাটোৱে ৰাণৱেৰ…