Month: September 2026

কেৰালাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ অসমৰ এজন ব্যক্তি; উদ্ধাৰ ১,৩৭৫টা পেকেট

নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত আৰক্ষীৰ জালত পৰিল অসমৰ এজন ব্যৱসায়ী। কেৰালাৰ কাজাকুট্টম অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ১,৩৭৫টা পেকেট নিষিদ্ধ ধঁপাত সামগ্ৰী জব্দ কৰাৰ লগতে…

ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ; তিনিটা শিশুকে ধৰি আঠজনৰ কৰুণ মৃত্যু

পুৱতি নিশাৰ এক ভয়াবহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ আঠটাকৈ জীৱন। মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত শুক্ৰবাৰে পুৱতি নিশা এখন আইচাৰ ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত সংঘটিত হয় এই শোকাবহ ঘটনা।…

মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

দেশজুৰি চলোৱা এক ব্যাপক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে চমুকৈ ডি আৰ আয়ে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত মেঘালয়ৰ ৰি-ভয়…

অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নীক ডিঙি কাটি হত্যা কৰাৰ পিছত অৱশেষত নিজৰ ভুল বুজি পালে ৰামানুজ গোস্বামীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তজনে পূৰ্বৰ দাম্ভিকতা ত্যাগ কৰি…

ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

তিনি দশকজোৰা দীঘলীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। ডাইনী সন্দেহত এগৰাকী আশীবছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত ছজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে। ১৯৯৫ চনতে…

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ২০’ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ…

‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

কেৱল ‘সন্মানৰ’ খাতিৰত হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰা হ’ল এগৰাকী যুৱতীক। এজন যুৱকৰ সৈতে ভাইৰেল হোৱা এটা ভিডিঅ’ৰ পিছতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে নিজ পিতৃ আৰু ভাতৃয়ে। যুৱতীগৰাকীক হত্যাৰ…

চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ…

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। দুলীয়াজানত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো মধুটিং বৰপথাৰ অঞ্চলৰ ৰাজীৱ কৰ্মকাৰ। আত্মগোপন কৰি থকা অৱস্থাত ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ। OILৰ কৰ্মচাৰীৰ আবাসগৃহ আবণ্টনৰ নামত ধন…

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল। ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন। এছিয়া কাপৰ…