Month: June 2026

মেজৰ ভাৰ্গৱ কলিতাৰ ২ ডিচেম্বৰৰ দুঃসাহসিক অভিযান: সন্ত্ৰাসবাদীক ঘেৰি ধৰিলে, ৭জন নিৰীহ লোকৰ হত্যাকাৰীৰ অন্ত পেলালে

কুমাওঁ ৰেজিমেণ্ট/৫০ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ ভাৰ্গৱ কলিতাক সন্ত্ৰাসবাদ বিৰোধী অভিযানত তেওঁৰ অসীম সাহস, অনুকৰণীয় নেতৃত্ব আৰু অসাধাৰণ কাৰ্যকৰী সফলতাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা…

বৰঝাৰ বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তীত আজি তেঁওলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।। উল্লেখ্য যে গোপীনাথ বৰদলৈৰ…

তৃণমূল কংগ্ৰেছত তীব্ৰ ভাঙোন! সুখেন্দু শেখৰ ৰায়ৰ পদত্যাগ, দিল্লীত ২১ সাংসদৰ গোপন বৈঠক

শেহতীয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰাৰ পিছৰে পৰা তীব্ৰ খহনীয়াই জুৰুলা কৰিছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছক। দলৰ পৰা বহিষ্কৃত নেতা ঋতব্ৰত বেনাৰ্জীয়ে ইতিমধ্যে বিধায়কসকলৰ মাজত বিভাজন ঘটোৱাৰ…

অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ দপ্তৰ আবণ্টন; মুখ্যমন্ত্ৰীৰ হাতত গৃহ আৰু লোকনিৰ্মাণ, জয়ন্তলৈ বিত্ত, পীয়ূষ হাজৰিকালৈ কৃষি বিভাগ

ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পিছতে অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এক চৰকাৰী নিৰ্দেশনা তথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ বিভাগসমূহ…

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকৰ প্ৰাকমুহূৰ্তত দিল্লীত ৰাহুল গান্ধীক লক্ষ্য কৰি বিতৰ্কিত পোষ্টাৰ! মিত্ৰদলৰ পুৰণি সমালোচনাৰে ৰাজনৈতিক আক্ৰমণ

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত দেশৰ ৰাজধানী চহৰখনত একাংশ বিতৰ্কিত পোষ্টাৰে এতিয়া এক তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি দেওবাৰে নিশা…

বিশ্বজুৰি সৃষ্টি হোৱা সংকটৰ বাবে চিলিণ্ডাৰৰ মূল্যবৃদ্ধি অনিবাৰ্যঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী

গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰো অতি দুঃখিত আৰু অনুতপ্ত। কিন্তু সমগ্ৰ বিশ্বৰ বৰ্তমান পৰিস্থিতিৰ বাবে এইয়া একেবাৰে অনিবাৰ্য। – ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ…

বংগত চৰকাৰ পৰিৱৰ্তনৰ পাছতে সীমান্তৰ অনুপ্ৰৱেশক লৈ তৎপৰ বাংলাদেশ; অবৈধ বাংলাদেশীৰ ‘পুশ্ব বেক’ ৰোধ কৰিবলৈ বিজিবিৰ ব্যাপক সৈন্য মোতায়েন

পশ্চিমবংগত শেহতীয়া ৰাজনৈতিক পৰিৱৰ্তনৰ পাছতে এতিয়া সীমান্তৰ অনুপ্ৰৱেশক লৈ নতুন ৰণনীতি প্ৰস্তুত কৰিলে বাংলাদেশ চৰকাৰে। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা হ’বলগীয়া সম্ভাব্য ‘পুশ্ব বেক’ কঠোৰভাৱে ৰোধ কৰিবলৈ…

মণিপুৰৰ হিংসা প্ৰতিৰোধ কৰিবলৈ চি আৰ পি এফক গুলী চালনাৰ পূৰ্ণ স্বাধীনতা প্ৰদান সঞ্চালক প্ৰধানৰ; কোব্ৰা বাহিনী নিয়োগৰ সিদ্ধান্ত

জাতিগত হিংসাক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুৰক্ষা বাহিনীক এক গুৰুত্বপূৰ্ণ তথা কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অৰ্থাৎ চিআৰপিএফৰ সঞ্চালক…

ড° আতোৱাৰ ৰহমানৰ ‘এক বিৰামহীন যাত্রা: অসম্পূর্ণ আত্মজীৱনী’ শীর্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° আতোৱাৰ ৰহমানৰ ‘এক বিৰামহীন যাত্রা: অসম্পূর্ণ আত্মজীৱনী’ শীর্ষক গ্রন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন হয়। খ্রীষ্টানবস্তিস্থিত এন ই এফ ল কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ…

অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ যুদ্ধংদেহী ৰূপ

উদণ্ড লোকৰ হাতৰ পৰা সাৰি নগ’ল সাংবাদিক আৰু আৰক্ষী ।সোণৰ অসমত পুনৰ এবাৰ অনা-অসমীয়াই দপদপনি দেখুৱাই দিলে অসমীয়া গ’ বেক ধ্বনি ৷ ইয়াকে লৈ দেওবাৰে গুৱাহাটী মহানগৰীৰ আৰ্য নগৰত উত্তপ্ত…