Political ভোটৰ আগমুহূর্তত তীব্ৰ ৰাজনীতি; অসমত তিনিটা ঠাইত প্ৰধানমন্ত্ৰীৰ মহাসভা April 6, 2026 Sonakshi Sarkar অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পুনৰবাৰ ৰাজ্যত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে সন্ধিয়া বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশাটো কটোৱাৰ বাবে কইনাধৰালৈ ৰাওনা…
Business কংগ্ৰেছক লক্ষ্য কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ; পাকিস্তানৰ সৈতে গোপন সমঝোতাৰ দাবী April 6, 2026 Sonakshi Sarkar অসমৰ নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ পাকিস্তানৰ প্ৰসংগ টানি কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ লগতে এই সমগ্ৰ বিতৰ্কৰ…
Business আন্তঃৰাষ্ট্ৰীয় উত্তেজনা বৃদ্ধি; ট্ৰাম্পৰ মন্তব্যৰ জবাবত ইৰানৰ কঠোৰ হুঁশিয়াৰী April 6, 2026 Sonakshi Sarkar আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতে এতিয়া লৈছে এক ভয়ংকৰ যুদ্ধৰ ৰূপ। হৰমুজ প্ৰণালী মুকলি নকৰিলে ড’নাল্ড ট্ৰাম্পে যি তীব্ৰ ভাবুকি প্ৰদান কৰিছিল, তাৰ পাছতেই দেওবাৰে তেহৰানে ইয়াৰ কঠোৰ…
Business নিজ দেশতে ‘ভাৰতীয়’ হোৱাৰ পৰিচয় দিবলগীয়া হ’ল উত্তৰ-পূবৰ যুৱতীয়ে! পাটনাত সংঘটিত লজ্জাজনক ঘটনা April 6, 2026 Sonakshi Sarkar নিজা দেশৰ ভূখণ্ডতে পুনৰ বৰ্ণবৈষম্যৰ বলি হ’বলগীয়া হ’ল উত্তৰ-পূবৰ এদল শিল্পী। বিহাৰৰ পাটনাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা অৰুণাচল প্ৰদেশৰ এটা নৃত্য দলক ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰাৰ বিনিময়ত তেওঁলোক যে ভাৰতীয়,…
Political হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰীঃ জুবিন গাৰ্গৰ সমন্বয়ৰ আদৰ্শৰে কংগ্ৰেছক আগবঢ়োৱাৰ সংকল্প ৰাহুল গান্ধীৰ April 6, 2026 Sonakshi Sarkar অসমৰ ৰাজনৈতিক আকাশত এতিয়া এক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা বিশেষ ভাষণে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ আটাইতকৈ ভ্ৰষ্ট আৰু ঘৃণা বিয়পোৱা নেতা…
Assam এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ April 4, 2026 Paromita নিৰ্বাচনী প্ৰচাৰৰ তুংগত থকাৰ সময়তে এইবাৰ ‘ডিপফেক’ বা কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰে জোকাৰি গৈছে মহানগৰীৰ ৰাজনীতি। গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ এক বিকৃত ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল…
Assam অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টচন চাংমাৰ দেহাৱসান April 4, 2026 Paromita অন্ত পৰিল অসমৰ ফুটবল জগতৰ এটা সোণালী অধ্যায়ৰ। শনিবাৰে পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টচন চাংমাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। ৭০…
Assam সংসদত হুলস্থূল কৰিবলৈ নহয়, এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে যাওঁঃ ৰাঘৱ চাড্ডা April 4, 2026 Paromita আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ মাজত শেহতীয়াকৈ চলি থকা সংঘাতৰ মাজতে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে আপৰ সাংসদগৰাকীয়ে। শনিবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ বিৰুদ্ধে উঠা সকলো…
Assam কংগ্ৰেছৰ জয়ৰ সপোন দেখাটো কেৱল এক ‘পাগলামি’; ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ April 4, 2026 Paromita বিৰোধীৰ জয়ৰ সপোনক কেৱল এক ‘পাগলামি’ বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক এজন ‘পাগল’ আখ্যা দি শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী…
Business প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব বুলি April 4, 2026 Dipshikha আজি মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ো কয়…