Month: March 2026

বিটিচিৰ ৰাজনীতিত খহনীয়া; প্ৰমোদ বড়োৰ সংগ ত্যাগ কৰি বিপিএফত যোগ দিব খাম্পা বৰগয়াৰীয়ে

অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিআৰৰ ৰাজনীতিত দেখা দিছে ব্যাপক খহনীয়াই। শাসকীয় ইউপিপিএল দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই সোমবাৰে দলৰ পৰা পদত্যাগ কৰি বিপিএফত যোগদানৰ যো-জা চলাইছে। ইউপিপিএলৰ অন্যতম বলিষ্ঠ নেতা তথা…

পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ তালিবানৰঃ বিধ্বস্ত ৰাৱালপাণ্ডিৰ বিমান ঘাটি

সীমান্তৰ উত্তেজনাৰ মাজতে সোমবাৰে আফগানিস্তানৰ বায়ুসেনাই চুবুৰীয়া দেশ পাকিস্তানৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত ড্ৰোণ যোগে এক ভয়ংকৰ আক্ৰমণ চলায়। ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিৰ পৰা আৰম্ভ কৰি কোৱেটাৰ ১২ নং…

ইৰাণ-আমেৰিকা উত্তেজনাৰ প্ৰভাৱ; লক্ষ্ণৌৰ পৰা ১৭ খনকৈ আন্তঃৰাষ্ট্ৰীয় ফ্লাইট বাতিল

পশ্চিম এছিয়াত ইৰাণ আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া ভাৰতীয় বিমান পৰিবহন খণ্ডতো পৰিছে। দেওবাৰে লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উপসাগৰীয় দেশসমূহলৈ যোৱা প্ৰায়…

এনপিএফৰ মুখ্য সচেতক হিচাপে কে জি কেনিয়েক দায়িত্ব; কাইলৈৰ পৰা নাগালেণ্ড বিধানসভাৰ বাজেট অধিৱেশন

নাগালেণ্ড বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰাকমুহূৰ্তত নাগা পিপলছ ফ্ৰণ্টে (এনপিএফ) সোমবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। দলটোৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ শক্তি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কে জি কেনিয়েক চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ…

শ্ৰীভূমিত ড্ৰাগছবিৰোধী অভিযান সফল; বৃহৎ পৰিমাণৰ ইয়াবা জব্দ

মাদকদ্ৰব্যৰ বিৰুদ্ধে চলাই অহা তীব্ৰ অভিযানৰ মাজতে সোমবাৰে শ্ৰীভূমি জিলাত এক বৃহৎ সফলতা অৰ্জন কৰিছে অসম আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত প্ৰায় ৩০ হাজাৰ ইয়াবা টেবলেট জব্দ…

জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰৰ বাবে গঠন হ’ব ফাষ্ট ট্ৰেক ক’ৰ্ট; দ্ৰুত শুনানিৰ আশা প্ৰাক্তন ন্যায়াধীশৰ

প্ৰয়াত সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ অব্যাহত থকা ৰহস্যৰ মাজতে দেওবাৰে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰাৰ পোষকতা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই। এখন ফাষ্ট…

ডিব্ৰুগড়ত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন; গৌৰৱ গগৈৰ পদযাত্ৰাত বিজেপিৰ বিৰুদ্ধে গৰ্জন

ৰাজনৈতিক তৎপৰতাৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ই এক ব্যাপক জনজোৱাৰৰ সৃষ্টি কৰে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত নাহৰকটীয়া, দুলীয়াজান আৰু টিংখং সমষ্টিত উলিওৱা এই পদযাত্ৰা আৰু বাইক ৰেলীত…

খামেনেইৰ মৃত্যুত জ্বলিছে পাকিস্তান; কৰাচীত আমেৰিকাৰ দূতাবাস দখলৰ চেষ্টাত ১০ জনৰ মৃত্যু

ৰক্তাক্ত সংঘৰ্ষই দেওবাৰে কঁপাই গ’ল পাকিস্তানৰ বন্দৰ চহৰ কৰাচী। ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত ক্ষোভিত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আমেৰিকাৰ দূতাবাস দখল কৰিবলৈ চলোৱা চেষ্টাক কেন্দ্ৰ কৰিয়েই এই ৰণক্ষেত্ৰৰ…

মৰিগাঁৱত বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

বিজেপিৰ শক্তিশালী সাংগঠনিক ভেটিৰ প্ৰদৰ্শন কৰি দেওবাৰে মৰিগাঁও জিলাত এক অভূতপূৰ্ব জোৱাৰ তুলিলে ‘জন আশীৰ্বাদ যাত্ৰা’ই। জাগীৰোডৰ পৰা মৰিগাঁও চহৰলৈ যোৱা এই যাত্ৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিয়ে…

পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত…