Month: March 2026

কূটনীতিৰ এক নীৰৱ আৰু শক্তিশালী মাধ্যম কনচুলাৰ সেৱাঃ শশী থাৰুৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

বৈশ্বিক ৰাজনীতিৰ জটিল সমীকৰণৰ মাজতো মানৱীয় সংযোগে এতিয়াও বিশ্বক একত্ৰিত কৰি ৰাখিছে। শুকুৰবাৰে সন্ধিয়া ৰাজধানী দিল্লীত আয়োজিত ‘কনচুলাৰ ডে’ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ শশী…

বন্ধন লাইফৰ ৩ কোটিপৰ্যন্ত আকস্মিক মৃত্যুৰ সুবিধাৰে আপোনাৰ পৰিয়ালটো সুৰক্ষিত কৰক

বিনিয়োগ বৃদ্ধিৰ পিছতো সমগ্ৰ ভাৰতত নিৰন্তৰ সুৰক্ষাৰ বিপদাশংকাৰ মাজতে বন্ধন লাইফে আকস্মিক মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালৰ বাবে আৰ্থিক সুৰক্ষা শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন এড-অন বীমাৰ বিকল্প মুকলি কৰিছে। কোম্পানীটোৰ লিংকড এনহান্সড…

ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ দিৱসটো গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৯ মাৰ্চত অতি উলহ-মালহেৰে উদ্‌যাপন কৰা…

জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ভাৰতে

ডিফেণ্ডিং বিশ্ব চেম্পিয়ন ভাৰতে অহা ২৬ আৰু ২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচ খেলিব বুলি শনিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰে। দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে ২০০৭ চনৰ…

ভাৰতীয় পৰিয়ালৰ সৈতে টিভিএছ আইকিউবৰ আৱেগিক সম্পৰ্কই লাভ কৰিছে সৰ্বোচ্চ পৰ্যায়

টিভিএছ মটৰ কোম্পানীয়ে নিজৰ ধ্বজাবাহী ইলেক্ট্ৰিক স্কুটাৰ টিভিএছ আইকিউবৰ বাবে দেশজোৰা নতুন অভিযান আৰম্ভ কৰিছে, ইয়াক “ভাৰতৰ প্ৰিয় পৰিয়ালৰ ইভি” হিচাপে স্থান প্ৰদানৰ লগতে এইপৰ্যন্ত অন্যতম ডাঙৰ টেলিভিছন প্ৰচাৰ অভিযানৰ…

দ্ৰুত আৰু সহজ বাহন বিনিময়ৰ বাবে সহযোগিতা নিছান আৰু স্পিনিৰ

গ্ৰাহক প্ৰথম পদক্ষেপক অধিক শক্তিশালী কৰি নিছান মটৰ ইণ্ডিয়াই স্পিনীৰ সৈতে অংশীদাৰিত্বৰে নিজৰ ধৰণৰ প্ৰথমটো ৫৫ মিনিটৰ বাহন বিনিময় কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে গ্ৰাহকে নিজৰ বাহনৰ স্থানতে মূল্যায়ন…

অসমৰ নিৰ্বাচনলৈ সাজু তৃণমূল কংগ্ৰেছ; মমতা আৰু অভিষেকসহ ১৮ গৰাকী তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ৰণত এইবাৰ সৰ্বশক্তিৰে অৱতীৰ্ণ হোৱাৰ লক্ষ্য লৈছে তৃণমূল কংগ্ৰেছে। দলৰ মুৰব্বী মমতা বেনাৰ্জী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ নেতৃত্বত ১৮ গৰাকী…

আধিপত্য বিস্তাৰৰ লালসাই বিশ্বত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছেঃ মোহন ভাগৱত

স্বাৰ্থপৰতা আৰু আধিপত্য বিস্তাৰৰ ইচ্ছাই বৰ্তমান বিশ্বত অশান্তিৰ মূল কাৰণ। মধ্যপ্ৰাচ্যৰ যুদ্ধ উন্মাদনাক লৈ শুকুৰবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। নাগপুৰত বিশ্ব হিন্দু পৰিষদৰ বিদৰ্ভ…

বিশ্বৰ পাঁচগৰাকী নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ; পশ্চিম এছিয়াৰ উত্তেজনা প্ৰশমনত ভাৰতৰ গুৰুত্ব

পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধসদৃশ পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে বিশ্বৰ পাঁচগৰাকী প্ৰভাৱশালী নেতাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ওমান, মালয়েছিয়া, ফ্ৰান্স, জৰ্ডান আৰু কাটাৰৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে হোৱা এই…

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ শক্তি প্ৰদৰ্শন; সপ্তমবাৰৰ বাবে দাখিল কৰিলে মনোনয়ন পত্ৰ

হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশৰ মাজত শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামৰূপ (মহানগৰ) জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ নিজৰ চৰকাৰৰ…