Month: March 2026

অমৰাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদিত এবিধ ফল হৈছে অমৰা। টেঙা আৰু কেঁহা সোৱাদৰ এইবিধ ফল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন চি, আইৰণ আৰু কেলচিয়াম থাকে।অমৰাৰ…

অসমৰ নিৰ্বাচনী ৰণত বিজেপিৰ ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰ! প্ৰচাৰ চলাবলৈ আহিব মোদী-শ্বাহ

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে গেৰুৱা শিবিৰত এতিয়া তুংগত উঠিছে ৰাজনৈতিক তৎপৰতা। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাইপ্ৰফাইল নেতাসকলক অসমৰ মজিয়ালৈ অনাৰ এক বিশাল পৰিকল্পনা হাতত লৈছে।…

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকি, অৰুণাচলত ধৰা পৰিল অভিযুক্ত

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰি অৰুণাচল প্ৰদেশত আৰক্ষীৰ জালত পৰিল এজন যুৱক। ইটানগৰৰ নাহৰলগুনৰ পৰা শনিবাৰে আৰক্ষীয়ে কৃষ্ণ দৰ্ণাল নামৰ ২৯ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰে। অসম…

বিজেপিত ভৰি দিয়ো গৌৰৱ গগৈৰ পক্ষত প্ৰদ্যুৎ বৰদলৈ, পাকিস্তান সম্পৰ্ক প্ৰসংগত ক’লে এই কথা

ৰাজনৈতিক আদৰ্শৰ পৰিৱৰ্তন ঘটিলেও পুৰণি সতীৰ্থৰ প্ৰতি থকা বিশ্বাস এতিয়াও অটুট ৰাখিছে সদ্য বিজেপি কৰ্মী প্ৰদ্যুৎ বৰদলৈয়ে। শনিবাৰে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা পাকিস্তানৰ…

বিজেপিবিৰোধী ঐক্যৰ স্বাৰ্থত ৰাইজৰ দলৰ ত্যাগঃ বিধানসভা নিৰ্বাচনৰ বাবে ১৩ টা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি অধিক স্পষ্ট কৰি তুলিছে বিৰোধী শিবিৰৰ অন্যতম অংশীদাৰ ৰাইজৰ দলে। শনিবাৰে দলটোৱে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা মুকলি কৰে। ভাৰতীয় জাতীয়…

চাউলৰ ৰপ্তানি বজাৰত পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ! মধ্যপ্ৰদেশৰ বাচমতী ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ

বৈশ্বিক ৰাজনীতিৰ অস্থিৰতা আৰু পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিয়ে এতিয়া ভাৰতীয় কৃষি ৰপ্তানিৰ ক্ষেত্ৰখনতো সৃষ্টি কৰিছে এক নেতিবাচক প্ৰভাৱ। শনিবাৰে এই খণ্ডটোৰ সৈতে জড়িত অংশীদাৰসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, মধ্যপ্ৰদেশৰ পৰা…

নিৰ্বাচনী শপতনামাত সম্পত্তিৰ খতিয়ান; পাঁচ বছৰত দুগুণলৈ বৃদ্ধি মুখ্যমন্ত্ৰী দম্পতীৰ উপাৰ্জন

বিগত পাঁচটা বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ যুটীয়া উপাৰ্জন প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে দাখিল কৰা নিৰ্বাচনী…

নিৰ্বাচনী প্ৰাৰ্থিত্বক লৈ বিজেপিৰ তৎপৰতা; দৰং আৰু ধেমাজিত দুগৰাকী নতুন প্ৰাৰ্থীৰ নাম ঘোষণা

নিৰ্বাচনী যুঁজখন যিমানেই ওচৰ চাপিছে, সিমানেই এতিয়া তীব্ৰতৰ হৈ পৰিছে প্ৰাৰ্থিত্বক লৈ দলীয় কুচকাৱাজ। শনিবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা মুকলি কৰে। নতুন দিল্লীৰ…

ক্ৰিকেটৰ জ্বৰত কঁপিব গুৱাহাটী; ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ মেচৰ টিকটৰ বাবে হাহাকাৰ

মহানগৰীৰ বতাহত এতিয়া উৰিছে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উন্মাদনা। অহা ৩০ মাৰ্চত বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ হাই-ভল্টেজ মেচখনক লৈ ক্ৰীড়ানুৰাগীৰ মাজত সৃষ্টি হৈছে…

একতা আৰু ভাতৃত্ববোধৰ এনাজৰীঃ এমাহজোৰা উপবাসৰ অন্ত কৰি দেশজুৰি উদযাপিত পবিত্ৰ ঈদ-উল-ফিটৰ

ৰমজানৰ পবিত্ৰ দিনকেইটা পাৰ কৰি এতিয়া দেশৰ আকাশ-বতাহত বিয়পিছে আনন্দৰ জোৱাৰ। শুকুৰবাৰে নিশা আকাশত চন্দ্ৰ দেখা পোৱাৰ পিছতে শনিবাৰে ভাৰতৰ লগতে চৌদি আৰৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পবিত্ৰ…