Assam পুনৰ আম আদমী পাৰ্টিৰ নেতাৰ ওপৰত আক্ৰমণ! এইবাৰ বিবাহ অনুষ্ঠানত গুলীয়াই হত্যা গাঁওপ্ৰধানক February 18, 2026 Paromita দেশৰ সীমান্তৱৰ্তী ৰাজ্য পঞ্জাৱত শাসকীয় আম আদমি পাৰ্টিৰ নেতাৰ ওপৰত চলি থকা লক্ষ্যহীন আক্ৰমণে এতিয়া আইন-শৃংখলাৰ তীব্ৰ সংকট সৃষ্টি কৰিছে। বুধবাৰে টাৰ্ণ তৰণ জিলাৰ এক বিবাহ অনুষ্ঠানত থাথিয়ান মেহতা গাঁৱৰ…
Assam লাহৰীঘাটত নিৰ্মীয়মাণ দলং খহি চাৰি শ্ৰমিক গুৰুতৰভাৱে আহত; ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৰাইজৰ February 18, 2026 Paromita মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ লালী বিলৰ ওপৰত নিৰ্মাণাধীন এখন দলং বুধবাৰে হঠাতে খহি পৰাত এক শোকাবহ ঘটনাৰ সৃষ্টি হয়। লাহৰীঘাট-মৰিগাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত পুনৰ নিৰ্মাণ কৰি থকা অৱস্থাতে দলংখনৰ…
Assam অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব সন্দেহজনক নাম; বিহুৰ পূৰ্বে নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ February 18, 2026 Paromita অহা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ভোটাৰ তালিকাৰ শুদ্ধিকৰণ আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত থকা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে। ৰাজ্যত চলি…
Assam অসমত শান্তিৰ নতুন পৰিৱেশ; ৫ বছৰত ৯,০২২ জন উগ্ৰবাদীৰ আত্মসমৰ্পণ February 18, 2026 Paromita অসমত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা বিশেষ উদ্যোগৰ ফলত ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৯,০২২ গৰাকী উগ্ৰপন্থীয়ে মূল সুঁতিলৈ উভতি আহিছে। বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়…
Assam ভূপেন বৰাৰ বিজেপি গমনক লৈ গৰজি উঠিল গৌৰৱ গগৈ; হিমন্ত বিশ্ব শৰ্মাক ‘অসমৰ জিন্নাহ’ আখ্যা February 18, 2026 Paromita প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ বিজেপি গমনৰ দিন ধাৰ্য হোৱাৰ পাছতেই বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰে সাংসদ তথা এপাচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। এখন সংবাদমেল…
Assam বিজেপিক ‘ৰাজনৈতিক সকীয়নি’ আটছাৰঃ ২০২৬ৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভোট বাকচত দিব উচিত উত্তৰ February 18, 2026 Paromita চৰকাৰে দীৰ্ঘদিন ধৰি জনাই অহা প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অৱশেষত শাসকীয় বিজেপি দলক তীব্ৰ ৰাজনৈতিক সকীয়নি প্ৰদান কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ…
Business বিদেশী বুলি ঘোষণাৰ পিছত জৰিনা খাতুনক দেশ এৰিবলৈ নিৰ্দেশ, সম্পত্তি জব্দ February 18, 2026 Sonakshi Sarkar অসম তথা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এজন ঘোষিত বিদেশীক বহিষ্কাৰৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। জিলাখনৰ সদৰটিলা গাঁৱৰ নিবাসী ৬৮ বছৰীয়া জৰিনা খাতুনক ভাৰতীয়…
Business কৰ্ণাটক আদালতৰ কঠোৰ ৰায়ঃ বিদেশী পৰ্যটক ধৰ্ষণ-হত্যা গোচৰত তিনিজনক মৃত্যুদণ্ড February 18, 2026 Sonakshi Sarkar ২০২৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাম্পিৰ সমীপত এগৰাকী বিদেশী পৰ্যটক আৰু এগৰাকী হোমষ্টে’ স্বত্বাধিকাৰীক ধৰ্ষণ কৰাৰ লগতে এজন পৰ্যটকক হত্যা কৰা জঘন্য কাণ্ডৰ আজি চূড়ান্ত ৰায়দান কৰে কৰ্ণাটকৰ এখন আদালতে।…
Business কংগ্ৰেছ ত্যাগ কৰি ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই February 18, 2026 Sonakshi Sarkar ভূপেন কুমাৰ বৰাই, যিনি অসমত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল, কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটী মহানগৰীত বৰাৰ বাসগৃহত এই ঘটনাৰ…
Business ‘ৰাষ্ট্ৰীয় নেতাৰ আগমণেও ভোটত প্ৰভাৱ নেপেলায়’ — ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য February 18, 2026 Sonakshi Sarkar মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ গুৱাহাটীৰ ভ্ৰমণৰ বিষয়ে মন্তব্য কৰিছে, যাৰ মূলতঃ নিৰ্বাচনী প্ৰেক্ষাপটৰ ওপৰত বিশেষ প্ৰভাৱ নাই বুলি উল্লেখ কৰিছে। তেওঁ কয় যে অসমৰ ৰাজনীতিত স্থানীয়…