Month: May 2024

২০২৩ ত ভাৰতত প্ৰাকৃতিক দুৰ্যোগত ৫ লাখ লোক স্থানান্তৰিত

ভাৰতত যোৱা বছৰ বানপানী, ধুমুহা, ভূমিকম্প আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰায় ৫ লাখ লোক দেশৰ ভিতৰত স্থানান্তৰিত হয়। অৱশ্যে, এই সংখ্যা ২০২২ চনত ২৫ লাখ লোকৰ দেশৰ ভিতৰত স্থানান্তৰৰ…

সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে। এই পদকৰ ভিতৰত আছে ৭ টা সোণ,…

“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

৫২০ নং কেওঁটকুছি বালিকা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে “নিপুণ অসম” ৰ অধীনত “শ্ৰেণীকোঠা পৰ্যবেক্ষণ আহিলা” অ’ৰিয়েন্টেচন অনুষ্ঠিত হয়। উক্ত অ’ৰিয়েন্টেচনত সভাপতিত্ব বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দ্বিজেন্দ্র কুমাৰ মিশ্ৰই।…

বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

চেঙা সমিষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক | গাঁওখনৰ কাদেৰ…

এমএছডিই আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ড্ৰোন দিদি যোজনাৰ বাবে দল গঠন কৰিছে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে(এমএছডিই) ভাৰতৰ আগশাৰীৰ ফাৰ্ম ইকুইপমেণ্ট কোম্পানী আৰু আয়তনৰ দিশেৰে বিশ্বৰ সৰ্ববৃহৎ ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি ড্ৰ’ন দিদি যোজনাৰ…

চিবিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ…

এইচএমডি-য়ে স্বাস্থ্যসেৱা কৰ্মীসকলক সুৰক্ষা দিবলৈ সুৰক্ষা বেজীৰ সৈতে ডিস্পোজেকট চিৰিঞ্জ প্ৰৱৰ্তন কৰে

বিশ্বমানৰ অত্যাধুনিক চিকিৎসা সঁজুলিৰ নিৰ্মাতা প্ৰতিষ্ঠান হিন্দুস্তান চিৰিঞ্জ এণ্ড মেডিকেল ডিভাইচে(এইচএমডি) ছেফটি নিডল(সুৰক্ষিত বেজী)ৰ সৈতে অত্যাধুনিক আৰু এই ধৰণৰ প্ৰথম এবাৰ ব্যৱহাৰযোগ্য ডিস্পোজেক্ট চিৰিঞ্জ মুকলি কৰিছে, যিয়ে নাৰ্ছসকলক বেজীৰ খোঁচৰ…

বাজাজ ফিনচাৰ্ভ মাল্টি এছেট এডভান্সমেণ্ট ফাণ্ড মুকলি কৰিছে

বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডে(বাজাজ ফিনচাৰ্ভ এএমচি) বিনিয়োগকাৰীক বৈচিত্ৰ্যময় বিনিয়োগৰ পথ প্ৰদানৰ বাবে প্ৰস্তুত কৰা অপেন-এণ্ডেড(মুকলি) বাজাজ ফিনচাৰ্ভ মাল্টি এচেট এলকেচন ফাণ্ড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজিয়ে উচ্চ…

নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ দহজন পেছাদাৰী পৰ্বতাৰোহীয়ে অলপতে নিশা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাত সফল হয়। এইটো প্ৰথম অভিযান দল যিয়ে এই ঋতুত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিছে। অভিযানটো আয়োজন কৰা ছেভেন ছামিট ট্ৰেকৰ…

আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ

গুজৰাট টাইটানছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্লে অফৰ বাবে যোগ্যতা অৰ্জনৰ আশা সোমবাৰে অন্ত পৰে। যেতিয়া বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁলোকৰ মৰণপণৰ মেচখন বাতিল কৰা হৈছিল। কেকেআৰৰ এতিয়া ১৩…