Month: May 2024

তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল।…

জনছন’ছ বেবীয়ে আগবঢ়াইছে মাতৃত্বৰ বৈচিত্ৰ্যপূৰ্ণ যাত্ৰা প্ৰদৰ্শন কৰা ডিজিটেল ফিল্ম

শিশুৰ ছালৰ যত্নৰ ক্ষেত্ৰখনৰ অগ্ৰণী প্ৰতিষ্ঠান জনছন’ছ বেবীয়ে ‘দ্য লং ৱেইট ফৰ ডে ৱান’ শীৰ্ষক এখন ডিজিটেল চলচ্চিত্ৰ মুকলি কৰিছে, এই চলচ্চিত্ৰখন প্ৰতিগৰাকী মাতৃৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু মাতৃসকলৰৰ মাতৃত্ব/গৰ্ভধাৰণৰ…

এমজিয়ে ইয়াৰ ‘১০০-বছৰৰ সীমিত সংস্কৰণ’ মুকলি কৰে

১০০ বছৰীয়া সমৃদ্ধ ইতিহাসেৰে ভৰপুৰ ব্ৰিটিছ অটোম’বাইল ব্ৰেণ্ড এম জি(মৰিছ গেৰেজ)য়ে আজি ১১০ বছৰতকৈও অধিক সময়ৰ ব্ৰিটিছ ৰেচিং ইতিহাসৰ সমাৰ্থক আইকনিক ‘এভাৰগ্ৰীন’ ৰঙৰ সৈতে ‘১০০-বছৰীয়া লিমিটেড এডিচন’ মুকলি কৰিছে। এই…

পৰিৱেশ অনুকূল পৰিবহনৰ বাবে ফ্লিপকাৰ্ট আৰু বাজাজ অটোৰ সহযোগিতা 

সমগ্ৰ দেশত ইলেক্ট্ৰিক বাহন (ইভি)ক আঁকোৱালি পৰিৱেশৰ প্ৰতি ইতিবাচক সঁহাৰি প্ৰদান কৰি বহনক্ষম সামগ্ৰী পৰিবহনৰ বাবে বাজাজ অটো লিমিটেড আৰু ফ্লিপকাৰ্টে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতা ভাৰতীয় ই-কমাৰ্চৰ…

সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।…

কেয়াৰ হেল্থ ইঞ্চুৰেন্সে এই মাতৃ দিৱসত স্তন কৰ্কট ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিকৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে

এই মাতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে বিশ্বজুৰি মহিলাসকলৰ বাবে জৰুৰী স্বাস্থ্যজনিত বিষয় স্তন কেন্সাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেৱল দক্ষিণ-পূব এছিয়াতে ২০৪০ৰ ভিতৰত স্তন কেন্সাৰৰ ফলত হোৱা…

হানী আৰু জিয়ানৰ স্বৰ্ণ পদক

সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত এটা ৰূপৰ পদক সহ মুঠ ২…

অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনি‌য়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত প্ৰথম দিনৰ প্ৰথম ইনিংছত ধুবুৰীৰ বিৰুদ্ধে…

টাটা মটৰ্ছৰ টাটা এছ ইভি ১০০০ উন্মোচন, ইলেক্ট্ৰিক লাষ্ট-মাইল মবিলিটী অফাৰৰ সম্প্ৰসাৰণ

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে সম্পূৰ্ণ নতুন এছ ইভি ১০০০ মুকলি কৰি নিজৰ ই-কাৰ্গো মবিলিটী সমাধান শক্তিশালী কৰি তুলিছে। অন্তিমটো প্ৰান্তলৈকে গতিশীলতাৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ বিকশিত…

ফ্লিপকাৰ্টে এক নতুন সৰলীকৃত ৰেট কাৰ্ড নীতি ঘোষণা কৰিছে

দেশৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নিজৰ প্লেটফৰ্মত বিক্ৰেতাৰ অভিজ্ঞতাৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু অধিক স্পষ্ট বা সহজভাৱে লেনদেন কৰিবলৈ সম্পূৰ্ণ নতুন সৰলীকৃত ৰেট কাৰ্ড পলিচী ঘোষণা কৰিছে। ১৮ মে’ৰ…