Month: May 2024

ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক

ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক। বিদ্যুৎ দাস নামৰ লোকজনো বাহনখনেৰে গৈছিল চোৰৰ সন্ধানত । গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিদ্যুতৰ বাহনখন। বিদ্যুতক চোৰ বুলি সন্দেহ কৰি উত্তম-মধ্যম দিয়ে ৰাইজে।…

আমাজনে প্ৰেপেলৰ চতুৰ্থ চিজন উন্মোচন কৰিছে

আমাজন ইণ্ডিয়াই আজি প্ৰপেলৰ চতুৰ্থ ছিজন মুকলি কৰাৰ কথা ঘোষণা কৰিছে – প্ৰপেল হৈছে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ বাবে এক গ্লবেল ব্যৱসায়িক ত্বৰান্বিতকাৰী পদক্ষেপ। এই একক প্ৰতিযোগিতাখনে উদীয়মান…

কেয়াৰ্ণ অইল এণ্ড গেছৰ প্ৰতিবেদন অনুসৰি সংৰক্ষণ আৰু সম্পদত ১৯% ইয়োৱাই বৃদ্ধি

বেদান্ত লিমিটেডৰ অংশ ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত তেল আৰু গেছ অনুসন্ধান আৰু উৎপাদন কোম্পানী কেয়াৰ্ণ অইল এণ্ড গেছে ঘোষণা কৰিছে যে ইয়াৰ সংৰক্ষণ আৰু সম্পদ (R&R) পৰ্টফলিঅ’ত সম্পদ মূল্যাঙ্কন আৰু উন্নয়ন…

চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা

তামাৰহাটৰ উজানপেটলাত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা। দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায়ৰ মাজত। দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে…

নিছান মটৰ ইণ্ডিয়া আৰু স্মাইল ট্ৰেইন: অস্ত্ৰোপচাৰৰ জৰিয়তে ২৯০টা শিশুৰ জীৱনক পুনৰ আকাৰ দিয়া

নিছান মটৰ ইণ্ডিয়াই নতুন দিল্লীৰ সন্ত পৰমানন্দ চিকিৎসালয়ত স্মাইল ট্ৰেইন ইণ্ডিয়াৰ সৈতে কৰ্পৰেট সামাজিক দায়বদ্ধতা(চিএছআৰ) কাৰ্যসূচীৰ অধীনত সফলতাৰে শিশুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি সেইসকল শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আনন্দমুখৰ অনুষ্ঠানৰ…

গুগল বিজ্ঞাপনত কংগ্ৰেছৰ ৬২.১ কোটি টকা ব্যয়

লোকসভা নিৰ্বাচন এতিয়া পঞ্চম পৰ্যায়ত প্ৰৱেশ কৰিছে। নিৰ্বাচনত জয়ী হ’বলৈ শাসকীয় দল বিজেপিৰ পৰা দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছলৈকে সকলোৱে অপ্ৰাণ চেষ্টা চলাইছে। এই নিৰ্বাচনত, ৰাজনৈতিক দলবোৰেও যথেষ্ট ধন ব্যয়…

নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বুধবাৰে ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি অভিহিত কৰে। আদালতে প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশো জাৰি কৰে। দৰাচলতে, দিল্লী আৰক্ষীয়ে নিউজ ক্লিকত…

মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মণিপুৰৰ বনাঞ্চল ব্যাপক হ্ৰাস সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল,…

কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড

কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। ৰাজহ সংগ্ৰহৰ বাবে বিশ্ববিদ্যালয়ৰ মাটি দিব অন্য প্ৰতিষ্ঠানক আবণ্টন দিয়াৰ যো-জা। ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ…

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি

নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ…