সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং। সোণাপুৰ-ডিমৰীয়াৰ ভিন্নস্থানত চুৰি হৈছিল ৫খন বাইক। মহিলাসহ ৪ বাইক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাইককেইখন উদ্ধাৰ কৰে মেঘালয়ৰ নংপো অঞ্চলৰ পৰা। চোৰৰ গেংটোক আটক কৰি জে’ললৈ প্ৰেৰণ আৰক্ষীৰ। Share this:FacebookX Related Post navigation নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত