মঙলদৈত ২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হ’ল এখন এখন ফুলাম গামোচা। মঙলদৈ ডাঁহীত ফুলাম গামোচা এখনৰ দৰ উঠিল ২ লাখ ৫ হেজাৰ টকা। থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা ফুলাম গামোচাখন ২ লাখ ৫ হেজাৰ টকাত ক্ৰয় কৰে এজন লোকে। দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বাভিমান ফুলাম থলুৱা গামোচা এখন ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হৈছে। দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন মঙলদৈৰ টেঙাবাৰীৰ দিনেশ্বৰ শৰ্মাৰ পুত্ৰ ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। Share this:FacebookX Related Post navigation সুদখোৰৰ হাৰাশাস্তিৰ বাবে চৰম পন্থা গুৱাহাটীত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলিৰে উত্তৰ-পূবৰ বজাৰত প্ৰৱেশ ব্লুমৰ