বিহুৰ উছাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ, ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল’লে চৰম পন্থা । গোৱাৰ আগাচিয়ামত এটা পথ দুৰ্ঘটনাত মৃত্যু দুই ভাই-ককাইৰ। গোৱাৰ এটা কোম্পানীত কৰ্মৰত আছিল খাৰখোৱা গাঁৱৰ অচ্যুৎ ৰঞ্জন গগৈ, পাপু গগৈ। পুত্ৰৰ শোকত পাপু গগৈৰ পিতৃ অনিল গগৈয়ে বাছি ল’লে চৰম পন্থা।

Leave a Reply

Your email address will not be published. Required fields are marked *