নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি। প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ নিৰ্বাচনত ব্যৱহৃত বাহনৰ চালক-হেণ্ডিমেনৰ । ভোটকেন্দ্ৰলৈ প’লিং-প্ৰিজাইডিং বিষয়াৰ যাতায়াতৰ বাবে ভাড়াত লৈছিল বাহন। ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰিবহণ কোষে ভাড়ালৈ আনিছিল বাহনসমূহ।কিন্তু হেণ্ডিমেনসকলক খোৰাকি প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰে চালক-হেণ্ডিমেন। Share this:FacebookX Related Post navigation ফ্লিপকাৰ্টে গুৱাহাটীত গ্ৰাহকসকলৰ বাবে ইয়াৰ ভিআইপি চাবস্ক্ৰিপশ্বন কাৰ্যসূচী উন্মোচন কৰে আজি দেউৰীসকলৰ ব’হাগ বিহু