প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ফিলিপাইনছলৈ ৰাওনা হয় ৷ এই সময়ছোৱাত তেওঁ ২৩ সংখ্যক আছিয়ান-ভাৰত সন্মিলন আৰু ২১ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব ৷ এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধি কৰা ৷যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ নৱেম্বৰত মেনিলাত অনুষ্ঠিত হ’বলগীয়া এই দুখন বৃহৎ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফিলিপাইনছত ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰাৰ কথা ব্যক্ত কৰে ৷ Share this:FacebookX Related Post navigation ৰাজ্যসভাৰ সদস্য পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নতুন প্ৰিমিয়াম ৰেহাই ৰাইডাৰ আৰু হিয়েৰ.নাও অভিযানৰ জৰিয়তে জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্সে শক্তিশালী কৰিছে সামগ্ৰী পৰ্টফলিঅ’