স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল’ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল। Share this:FacebookX Related Post navigation ‘ৱাউজাৰ্ছ চীজি নেহি চীজিয়াৰ’ প্ৰতিটো বাইটতে ”ওৱাও” ৰ অনুভৱ দিয়াৰ প্ৰতিশ্ৰুতিৰে মুকলি হ’ল চানফিষ্ট ৱাউজাৰ্ছৰ নতুন অভিযান গান্ধীৰ নাম মচাৰ চক্ৰান্তৰ বিৰোধিতাৰে ডিগবৈত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, বিজেপিক লক্ষ্য কৰি কঠোৰ আক্রমণ