পশ্চিম-মধ্য আফ্রিকান প্রজাতন্ত্রত মঙলবাৰে সোণৰ খনিৰ এটা অংশ ভাঙি প্ৰায় ৩০ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো শ্ৰমিকৰ আবদ্ধ হৈ পৰে ৷ বহু শ্ৰমিক সোণৰ খনিটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু তেওঁলোকৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে ৷মঙলবাৰে পুৱা নানা-মাম্বে প্ৰিফেকচাৰৰ আব্বা অঞ্চলত আওপুৰণি প্ৰযুক্তিৰে চলা, গতানুগতিকভাৱে পৰিচালিত খনিটো ভাঙি পৰে ৷ Share this:FacebookX Related Post navigation কলকাতাৰ হোটেলত অগ্নিকাণ্ড