Sports ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব পাৰে ৰিয়ান পৰাগ February 5, 2025 Sonakshi Sarkar ২৩ বছৰীয়া ৰিয়ান পৰাগৰ বাবে যোৱা বছৰটো যথেষ্ট লক্ষণীয় আছিল, কিয়নো তেওঁ দীৰ্ঘদিনৰ পিছত আই পি এলত সুন্দৰ বেটিং প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত, তেওঁক টীম ইণ্ডিয়াৰ হৈ টি-২০…
Sports আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা দিমুথ কৰুণাৰত্নৰ February 4, 2025 Sonakshi Sarkar যোৱা ডেৰ দশক ধৰি শ্ৰীলংকাৰ ক্ৰিকেট দলত সেৱা আগবঢ়োৱা দিমুথ কৰুণাৰত্নই অৱসৰ ঘোষণা কৰিছে। তেওঁ গালে ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ পিছত অৱসৰ ল’ব। কৰুণাৰত্নই নিজকে এজন অপেনিং বেটছমেন…
Sports আইচিচি টি-২০ বেটছমেন ৰেংকিঙৰ দ্বিতীয়ত তিলক বৰ্মা January 30, 2025 Sonakshi Sarkar আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰকাশ কৰা পুৰুষৰ টি-২০ ৰেংকিঙত বেটছমেনৰ তালিকাত ভাৰতৰ প্ৰতিভাশালী বেটছমেন তিলক বৰ্মাই দ্বিতীয় স্থানত উপনীত হৈছে, আনহাতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ২৫ টা স্থান আগুৱাই বলাৰৰ তালিকাৰ…
Sports ২৮ জানুৱাৰীত ৰাজকোটত ভাৰত-ইংলেণ্ডৰ তৃতীয় টি-২০ January 27, 2025 Sonakshi Sarkar সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৰাজকোটত কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ খেল খেলিব। ভাৰতীয় দলটোৱে ইয়াৰ বাবে দেওবাৰে নিশা পলমকৈ ৰাজকোটত উপস্থিত হয়, য’ত অনুৰাগীসকলে তেওঁলোকক উষ্ম আদৰণি জনায়। শনিবাৰে…
Sports খো-খো বিশ্বকাপৰ বাবে সাজু ৰাজধানী দিল্লী January 11, 2025 Sonakshi Sarkar দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খো-খো বিশ্বকাপৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইফালে খো-খো বিশ্বকাপৰ সময়সূচীও ঘোষণা কৰা হৈছে। এই বিশাল অনুষ্ঠানটো ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ অনুষ্ঠিত…
Sports আইচিচি টেষ্ট ৰেংকিংৰ তৃতীয় স্থানত ভাৰত January 7, 2025 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই ১-৩ত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে, ভাৰতীয় দলটো শেহতীয়া আইচিচি টেষ্ট দল ৰেংকিংত তৃতীয় স্থানলৈ অৱনমিত…
Sports আইচিচিৰ বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত যশপ্ৰীত বুমৰাহ December 31, 2024 Sonakshi Sarkar ভাৰতৰ শীৰ্ষ পেচাৰ যশপ্ৰীত বুমৰাহক সোমবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত কৰা হয়, আনহাতে তেওঁ টেষ্ট ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটাৰ দৌৰটো আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে…
Sports নীতিশ কুমাৰ ৰেড্ডীৰ শতকৰ সহায়ত মেলবৰ্ণ টেষ্টত ভাৰতৰ ৩৫৮ ৰান December 28, 2024 Sonakshi Sarkar মেলবৰ্ণত অনুষ্ঠিত হোৱা চতুৰ্থ টেষ্টৰ তৃতীয় দিনা নীতিশ কুমাৰ ৰেড্ডীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। নীতিশে বক্সিং ডে টেষ্টখন ঐতিহাসিক শতকেৰে খেলখন ভাৰতৰ দখলত ৰাখিবলৈ সক্ষম হয়। তৃতীয় দিনাৰ খেলৰ শেষলৈ…
Sports মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত ৪৭৪ ৰান অষ্ট্ৰেলিয়াৰ December 27, 2024 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা খেল অন্ত পৰাকৈ পাঁচ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰে। অপেনাৰ যশস্বী জয়ছোৱালৰ ৮২ ৰানৰ সুন্দৰ ইনিংছ…
Sports মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াৰ ৩১১ ৰান December 26, 2024 Sonakshi Sarkar ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজিৰে পৰা আৰম্ভ হোৱা মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনাৰ খেল অন্ত পৰিছে। বিষম পৰিস্থিতিত সুন্দৰ বলিং কৰা যশপ্ৰীত বুমৰাহে ভাৰতক খেলখনলৈ উভতাই আনে। আনহাতে অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে চতুৰ্থ…