Category: Sports

মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত ৪৭৪ ৰান অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা খেল অন্ত পৰাকৈ পাঁচ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰে। অপেনাৰ যশস্বী জয়ছোৱালৰ ৮২ ৰানৰ সুন্দৰ ইনিংছ…

মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াৰ ৩১১ ৰান

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজিৰে পৰা আৰম্ভ হোৱা মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনাৰ খেল অন্ত পৰিছে। বিষম পৰিস্থিতিত সুন্দৰ বলিং কৰা যশপ্ৰীত বুমৰাহে ভাৰতক খেলখনলৈ উভতাই আনে। আনহাতে অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে চতুৰ্থ…

স্প্ৰিণ্টাৰ হিমা দাসক নাডাৰ নিলম্বনে সৃষ্টি কৰিছে বিভ্ৰান্তি

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসক ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ ঘটনাত দোষমুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড’পিং এজেন্সিয়ে (নাডা) তেওঁক পুনৰ পূৰ্বাৱৰ্তী নিলম্বন কৰিছে। ষোল্ল মাহৰ নিলম্বনৰ ম্যাদ…

ধ্যান চান্দ খেল ৰত্নৰ দাবীদাৰ শ্বুটাৰ মনু ভাকাৰ

যুৱ শ্বুটাৰ মনু ভাকাৰে পেৰিছ অলিম্পিক ২০২৪ ত ভাৰতৰ হৈ শ্বুটিংত দুটা ব্ৰঞ্জৰ পদক জিকি ইতিহাস সৃষ্টি কৰিছিল। য’ত তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত প্ৰথম পদক আৰু সৰবজোত সিঙৰ…

২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থ টেষ্ট

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ৫ খন খেলৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ ত এতিয়ালৈকে তিনিখন মেচ খেলা হৈছে, যাৰ ভিতৰত টীম ইণ্ডিয়াই প্ৰথমখন মেচত একপক্ষীয় বিজয় লাভ কৰিছে আৰু দ্বিতীয়খন…

হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফীৰ আয়োজন

ভাৰত আৰু পাকিস্তানে ২০২৪ চনৰ পৰা ২০২৮ চনলৈ চেম্পিয়নছ ট্ৰফী আৰু আইচিচি ইভেণ্টৰ বাবে এক হাইব্ৰিড মডেলৰ ওপৰত সন্মত প্ৰকাশ কৰিছে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) কৈছে যে ভাৰত আৰু পাকিস্তানে…

ৰিয়েল মাদ্ৰিদৰ ভিনিচিয়াছ জুনিয়ৰক ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা

ফিফাৰ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ব্ৰাজিল আৰু স্পেইনে লাভ কৰিছে। ৰিয়েল মাদ্ৰিদৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰক ফিফা বছৰটোৰ ‘শ্ৰেষ্ঠ বঁটা’ পুৰুষ খেলুৱৈ হিচাপে মনোনীত কৰা হৈছে। আনহাতে, বাৰ্চিলোনাৰ আইতানা বনমতীয়ে মহিলাৰ…

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত জয়ৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় টিম চাউথীৰ

নিউজিলেণ্ড ক্ৰিকেট দলে তেঁওলোকৰ তাৰকা টিম চাউথীক অভিলেখ জয়েৰে বিদায় জনায়। চাউথীৰ অন্তিমখন টেষ্ট মেচত আয়োজক নিউজিলেণ্ডে ইংলেণ্ডক ৪২৩ ৰানত পৰাস্ত কৰে। এইখন আছিল তিনিখন খেলৰ শৃংখলাৰ তৃতীয় আৰু অন্তিম…

২০২৬ৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ নকৰে পাকিস্তানে

২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিব। এই প্ৰতিযোগিতাৰ সন্দৰ্ভত, পাকিস্তানৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকে ভাৰত ভ্ৰমণ নকৰে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ইয়াৰ চৰ্ত বিশেষ…

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। এই কথাটো স্পষ্ট হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেল অনুমোদিত হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও (পিচিবি) হাইব্ৰিড মডেলৰ অধীনত চেম্পিয়নছ ট্ৰফী…