Category: Sports

কেৰিয়াৰৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ক্রিষ্টিয়ানো ৰোনাল্ডো

অভিলেখ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে৷ কেৰিয়াৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিব বাবে তেওঁ এইবাৰ ক্লাব বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰিলে। তেওঁ কয় যে এইটো তেওঁৰ বাবে দীঘলীয়া ছিজন আৰু…

ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টত ইংলেণ্ডৰ জয়লাভ

ইংলেণ্ড ক্ৰিকেট দলে ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ৫ উইকেটত জয়লাভ কৰে। বেন ষ্ট’কছৰ অধিনায়কত্বত ইংৰাজী দলটোৱে দ্বিতীয়টো সফল ৰান অতিক্ৰম কৰিবলৈ সক্ষম হয়। এই মেচখনত জয়লাভ…

২০২৬ৰ টি-২০ বিশ্বকাপলৈ ১৩টা দলৰ যোগ্যতা অৰ্জন

বৰ্তমান সময়ত ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা চলি হৈছে যদিও ৮ মাহৰ পাছত টি-২০ বিশ্বকাপ ২০২৬ আৰম্ভ হ’ব। অহা বছৰ ভাৰত আৰু শ্ৰীলংকাই টি-২০ বিশ্বকাপ আয়োজন কৰিব, য’ত মুঠ ২০টা দলে অংশগ্ৰহণ…

ভাৰতীয় ফুটবল কেলেণ্ডাৰৰ পৰা আঁতৰিল আইএছএল

ভাৰতীয় ফুটবলৰ ২০২৫-২৬ ছিজনৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে প্ৰকাশ কৰা প্ৰতিযোগিতাৰ কেলেণ্ডাৰত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। দেশৰ শীৰ্ষ পুৰুষ ফুটবল লীগ হিচাপে বিবেচিত ইণ্ডিয়ান ছুপাৰ লীগক এইবাৰৰ সূচীৰ পৰা…

২৫ জানুৱাৰীত গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি-২০ মেচ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সূচী প্ৰকাশ কৰিছে।এই ভ্ৰমণ দুয়োটা দলৰ বাবে অতি বিশেষ হ’ব, কাৰণ ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে খেলুৱৈসকলে নিজকে উপযুক্ত…

এবছৰৰ বাবে বাংলাদেশৰ এদিনীয়া অধিনায়কৰূপে মেহদী হাছান মিৰাজক নিযুক্তি

বাংলাদেশৰ এদিনীয়া অধিনায়ক হিচাপে বৃহস্পতিবাৰে অল-ৰাউণ্ডাৰ মেহদী হাছান মিৰাজক এবছৰৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ শৃংখলাত তেওঁ প্ৰথমবাৰৰ বাবে দলটোক নেতৃত্ব দিব।…

ফ্ৰেন্স অ’পেনৰ চেম্পিয়ন আলকাৰাজ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত দেওবাৰে জানিক চিনাৰক পৰাস্ত কৰি চেম্পিয়ন খিতাপ দখল কৰে কাৰ্লোছ আলকাৰাজে। ডিফেণ্ডিং চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ সীমাৰ পৰা উভতি আহি বিশ্বৰ এক নম্বৰ ছিনাৰক ৪-৬, ৬-৭ (৪/৭), ৬-৪,…

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত টীম ইণ্ডিয়া

ভাৰতীয় ক্ৰিকেট দলে চলিত মাহৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত হৈছে। এই শৃংখলাটো ২০২৫–২৭ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অংশ। শুকুৰবাৰে নিশা মুম্বাইৰ পৰা…

ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।…

ইউএফএ নেচনছ লীগৰ ফাইনেলত পৰ্তুগাল

৬৮ মিনিটত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিৰ্ণায়ক গ’লৰ সহায়ত পৰ্তুগালে জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউএফএ নেচনছ লীগ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয় ৰোনাল্ডোৰ বাবে বিশেষ আছিল কাৰণ জাৰ্মানীৰ বিৰুদ্ধে তেওঁৰ…