Sports ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ June 5, 2025 Sonakshi Sarkar ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।…
Sports ইউএফএ নেচনছ লীগৰ ফাইনেলত পৰ্তুগাল June 5, 2025 Sonakshi Sarkar ৬৮ মিনিটত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিৰ্ণায়ক গ’লৰ সহায়ত পৰ্তুগালে জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউএফএ নেচনছ লীগ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয় ৰোনাল্ডোৰ বাবে বিশেষ আছিল কাৰণ জাৰ্মানীৰ বিৰুদ্ধে তেওঁৰ…
Sports আই পি এলত গুজৰাট টাইটানছৰ অভিযান অন্ত May 31, 2025 Sonakshi Sarkar ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গঠিত দলটোৱে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে। এতিয়া ১…
Sports ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু May 27, 2025 Sonakshi Sarkar কানাডাৰ ৱেন ইউ জাঙক পোনপটীয়া খেলত পৰাস্ত কৰি মঙলবাৰে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে। মাত্ৰ ৩১ মিনিটতে সিন্ধুৱে…
Sports ১৭ বছৰীয়া অপেক্ষা অন্ত পেলাই ইউৰোপা লীগৰ চেম্পিয়ন টটেনহাম হটছপাৰ May 22, 2025 Sonakshi Sarkar বুধবাৰে নিশা ইউৰোপা লীগ ২০২৪-২৫ৰ ফাইনেলত মানচেষ্টাৰ ইউনাইটেডক ১-০ গ’লত পৰাস্ত কৰি ১৭ বছৰীয়া খিতাপৰ অপেক্ষা অন্ত পেলায় টটেনহাম হটছপাৰে। প্ৰথমাৰ্ধত ব্ৰেনান জনছনৰ গ’লৰ সহায়ত টটেনহামে খেলখন জয় কৰাৰ লগতে…
Sports প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থ দল মুম্বাই ইণ্ডিয়ানছ May 22, 2025 Sonakshi Sarkar ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ কালিৰ খেলত দিল্লী কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়।…
Sports আই পি এলৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ ছুপাৰজায়েণ্টছ May 20, 2025 Sonakshi Sarkar অভিষেক শৰ্মাৰ দ্ৰুত গতিত ৫৯ ৰানৰ পিছত হাইনৰিচ ক্লাচেন (৪৭ ৰান), কামিন্দু মেণ্ডিছ (৩২ ৰান) আৰু ঈশান কিষানে (৩৫ ৰান) উপযোগী অৱদানৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি…
Sports সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত ক্রিষ্টিয়ানো ৰোনাল্ডো May 19, 2025 Sonakshi Sarkar বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা ৫০ গৰাকী খেলুৱৈৰ তালিকাত ফৰ্বছৰ শীৰ্ষত আছে তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো। ২০২৪ চনৰ মে’ৰ পৰা ২০২৫ চনৰ মে’ৰ ভিতৰত তেওঁ ২৭৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে। এই…
Sports কাইলৈ পৰা পুনৰ আৰম্ভ আই পি এল May 16, 2025 Sonakshi Sarkar ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু সামৰিক সংঘাতৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব, য’ত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি…
Sports ডব্লিউ টি চি ২০২৫ৰ বিজেতাই লাভ কৰিব ৩৬ লাখ ডলাৰ May 15, 2025 Sonakshi Sarkar বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৫ৰ বিজয়ীসকলে পূৰ্বৰ পৰ্যায়ত দিয়া পুৰস্কাৰৰ ধনতকৈ অধিক ধন লাভ কৰিব, যিটো এতিয়া ৩৬ লাখ ডলাৰলৈ বৃদ্ধি পাইছে। এই ধনৰাশি পূৰ্বৰ পৰ্যায়ত দিয়া পুৰস্কাৰৰ…