Category: Sports

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৩টা সোণসহ ৮ পদক ভাৰতৰ

কাজাখস্তানৰ শ্বিমকেণ্টত অনুষ্ঠিত হৈ থকা ১৬ সংখ্যক এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ অষ্টম দিনত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ৩টা সোণ, ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলাৰ ট্ৰেপ ইভেণ্টত ভাৰতে…

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষকৰ পৰা আঁতৰিল ড্ৰিম১১

এছিয়া কাপ ২০২৫ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য পৃষ্ঠপোষক হিচাপে আঁতৰি অহাৰ সিদ্ধান্ত লৈছে ড্ৰিম১১য়ে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপত ভাৰতীয় দলৰ…

ভাৰত-পাকিস্তানৰ মাজত নহয় কোনোধৰণৰ দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা

ভাৰত আৰু পাকিস্তানৰ মাজত আৰু দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত নহ’ব বুলি স্পষ্ট কৰি দিছে মোদী চৰকাৰে। ক্ৰিকেট হওক বা আন যিকোনো খেলেই হওক, ভাৰতীয় দল পাকিস্তানলৈ নাযায় আৰু পাকিস্তানী দল…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত পাকিস্তানৰ জয়

পাকিস্তানী দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত জয়লাভ কৰিছে। বাবৰ আজম আৰু ৰিজৱানৰ বেটিং অলপ লেহেমীয়া আছিল যদিও দলটোৱে জয় লাভ কৰি তিনিখন মেচৰ এদিনীয়া শৃংখলাত ১-০ ত অগ্ৰগতি…

ইউ এছ অ’পেনৰ বিজেতাই লাভ কৰিব ৪৪ কোটি টকা

বছৰৰ অন্তিমটো গ্ৰেণ্ড শ্লেম প্ৰতিযোগীতা ইউ এছ অ’পেন ২০২৫ এইবাৰ ২৪ আগষ্টৰ পৰা নিউয়ৰ্কত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰত সমাপ্ত হ’ব।এইবাৰ এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্বোচ্চ পুৰস্কাৰৰ ধন ঘোষণা…

ফিফা ৰেংকিঙত ৬৩ নম্বৰ স্থানত ভাৰতীয় মহিলা দল

থাইলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত ভাৰতীয় মহিলা ফুটবল দলটোৱে ফিফাৰ শেহতীয়া ৰেংকিঙত ৭ স্থান অগ্ৰগতিৰে ৬৩ নম্বৰ স্থান লাভ কৰে। এই জয়েৰে দলটোৱে ইতিহাস সৃষ্টি কৰাৰ লগতে এ এফ চি…

আঘাতৰ বাবে অনিৰ্দিষ্টকাললৈ খেলপথাৰৰ বাহিৰত থাকিব লিয়নেল মেছি

ইণ্টাৰ মিয়ামিৰ অধিনায়ক তথা আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিয়ে সোঁ ভৰিৰ পেশীত আঘাত পাইছে, যাৰ বাবে তেওঁ অনিৰ্দিষ্টকাললৈ খেলৰ পৰা আঁতৰি থাকিব। মেজৰ লীগ ছকাৰ (এম এল এছ) ক্লাব ইণ্টাৰ…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ মহম্মদ ছিৰাজৰ

ভাৰতীয় ক্ৰিকেট দল বনাম ইংলেণ্ড ক্ৰিকেট দলৰ মাজত ৫খন খেলৰ এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ২০২৫ টেষ্ট ছিৰিজৰ পঞ্চম আৰু অন্তিমখন ৩১ জুলাইৰ পৰা লণ্ডনৰ কেনিংটন অ’ভেলত চলি আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট…

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা ইউৰো কাপৰ চেম্পিয়ন ইংলেণ্ড

ইংলেণ্ডৰ মহিলা ফুটবল দলে দেওবাৰে ইউএফএ মহিলা ইউৰো ২০২৫ৰ ফাইনেলত পেনাল্টি শ্বুটআউটত স্পেইনক ৩-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম…

১৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানৰ যুঁজ

১৪ ছেপ্টেম্বৰত এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব। শনিবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলে ঘোষণা কৰে প্ৰতিযোগিতাখনৰ সময়সূচী। ১০ আৰু ১৯ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে ইউ এ ই…