Category: Sports

কাইলৈ পৰা মানচেষ্টাৰত ভাৰত-ইংলেণ্ডৰ চতুৰ্থ টেষ্ট

যোৱা মেচখনত পৰাজয় আৰু একাংশ গুৰুত্বপূৰ্ণ খেলুৱৈৰ আঘাতৰ মাজতো ভাৰতীয় দলটোৱে শৃংখলাত পুনৰ উভতি আহি কাইলৈ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট ক্ৰিকেটত জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। এইবাৰ ভাৰতৰ…

ডব্লিউ টি চি ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজন কৰিব ইংলেণ্ডে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শনিবাৰে ইংলেণ্ডক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজকৰ অধিকাৰ প্ৰদান কৰে।দেওবাৰে ইয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বব্যাপী সংস্থাটোৱে। দুবছৰীয়া চক্ৰ সম্পূৰ্ণ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত লজ্জাজনক পৰাজয় ৱেষ্ট ইণ্ডিজৰ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন এক লজ্জাজনক অভিলেখ পঞ্জীয়ন কৰিলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে। জামাইকাৰ ছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত ৱেষ্ট ইণ্ডিজে মাত্ৰ ২৭ ৰান সংগ্ৰহ কৰি অল…

আলকাৰাজক পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল জানিক ছিনাৰৰ

উইম্বলডনৰ ফাইনেলত দেওবাৰে ইটালীৰ জানিক ছিনাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো উইম্বলডনৰ খিতাপ দখল কৰে। সামগ্ৰিকভাৱে ছিনাৰৰ চতুৰ্থটো…

২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ স্বপ্ন ভংগ ন’ভাক জ’কভিচৰ

উইম্বলডনৰ ছেমি ফাইনেলত শুকুৰবাৰে নিশা ন’ভাক জ’কভিচক ৬-৩, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰি অল ইংলেণ্ড ক্লাবত প্ৰথমখন ফাইনেলত প্ৰৱেশ কৰে য়ানিক চিনাৰে। ১ নং স্থানত থকা তাৰকাগৰকীয়ে এতিয়া কাৰ্লোছ আলকাৰাজৰ…

ফিফা ৰেংকিঙৰ ১৩৩ নম্বৰ স্থানলৈ অৱনমিত ভাৰত

জুন মাহত দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত বৃহস্পতিবাৰে প্রকাশ কৰা ফিফা ৰেংকিঙত ভাৰতীয় পুৰুষ ফুটবল দলে ৬টা স্থান অৱনমিত হৈ ১৩৩ নম্বৰ স্থানত উপনীত হয়৷ ৪ জুনত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত…

ফিফা ক্লাব বিশ্বকাপৰ ফাইনেলত পেৰিছ চেণ্ট জাৰ্মেইন

ফেবিয়ান ৰুইজৰ দুটা গ’ল আৰু আউছমেন ডেম্বেলৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই বুধবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত পেৰিছ চেণ্ট জাৰ্মেইনে (পি এছ জি) ৰিয়েল মাদ্রিদক ৪-০ গ’লত পৰাস্ত কৰি ফিফা ক্লাব…

এডগবাষ্টনত খেলা সকলো মেচতে পৰাজয়ৰ সন্মুখীন হৈছিল টীম ইণ্ডিয়া

শুভমান গিলৰ অধিনায়কত্বত বাৰ্মিংহামৰ এডগবাষ্টনত খেলা দ্বিতীয়খন টেষ্টত টিম ইণ্ডিয়াই সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ নেতৃত্বত দলটোৱে ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীত ১-১ ত সমতা স্থাপন কৰে। বলাৰসকলৰ সুন্দৰ…

প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি ভাৰতৰ: জয়ছোৱালৰ অভিলেখ

এজবাষ্টনত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্টত আলহী দল ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি লাভ কৰিছে। মেচখনৰ তৃতীয় দিনা ৪০৭ ৰাণতে অলআউট হয় ঘৰুৱা দল ইংলেণ্ড ।…

প্ৰথম ৰাউণ্ডতে পৰাজিত হৈ উইম্বলডনৰ পৰা বাহিৰ কোকো গ’ফ

আমেৰিকাৰ ২ নং স্থানৰ গ’ফক ইউক্ৰেইনৰ অছিড দায়ানা য়াষ্ট্ৰেমস্কাই ৭-৬ (৩), ৬-১ ছেটত পৰাস্ত কৰে। কালি প্ৰতিষ্ঠিত ১ নং ক’ৰ্টত অনুষ্ঠিত হয় এই খেলখন। এই পৰাজয়ৰ লগে লগে ২১ বছৰীয়া…