Category: Political

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বাংলাদেশ, শ্ৰীলংকা, ভূটানৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব। এনে পৰিস্থিতিত, বিজেপি শপত গ্ৰহণ অনুষ্ঠানটো বিশাল কৰাত ব্যস্ত হৈ পৰিছে। অনুষ্ঠানটোত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, চলচ্চিত্ৰ ব্যক্তিত্ব, উদ্যোগপতি, চুবুৰীয়া দেশৰ…

ওড়িশাত মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে: নবীন পাটনায়ক

ওড়িশাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত শাসনত থকা বিজু জনতা দল (বিজেডি) এ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। য’ত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ইফালে, বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কে পৰাজয়ৰ…

লোকসভা নিৰ্বাচন ২০২৪ত বিজেপিয়ে লাভ কৰিলে ২৪০ খন আসন

লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল ঘোষণা কৰা হৈছে। মঙলবাৰে আৰম্ভ হোৱা গণনা প্ৰক্ৰিয়া বুধবাৰে পুৱতি নিশা সম্পূৰ্ণ কৰা হয়। সকলো ৫৪৩ খন আসনৰে ফলাফল ঘোষণা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে…

লোকসভা নিৰ্বাচনত উত্তৰ পূবত ৭ খন আসন দখলৰে শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ

দেশৰ বাকী অংশৰ সৈতে সংগতি ৰাখি, কংগ্ৰেছে উত্তৰ-পূবৰ আঠখন ৰাজ্যত লোকসভা নিৰ্বাচনত উন্নত প্ৰদৰ্শন আগবঢ়ায়, যিবোৰত পূৰ্বে বিজেপি আৰু তেঁওলোকৰ মিত্ৰশক্তিৰ আধিপত্য আছিল। দেশৰ সবাতোকৈ পুৰণি দলটোৱে মণিপুৰত দুখন আসন…

তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাটো আমাৰ বাবে এটা ডাঙৰ কথা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনত যদিও বিজেপিয়ে ৪০০তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম নহ’ল, এন ডি এ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাতকৈ অধিক আসন লাভ কৰিছে। ইফালে, এন ডি এ মিত্ৰজোঁটৰ বিজয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…

হায়দৰাবাদৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়ী আচাদুদ্দিন ওৱাইচি

এআইএমআইএমৰ সভাপতি বেৰিষ্টাৰ আচাদুদ্দিন ওৱাইচি হায়দৰাবাদ সংসদীয় সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়ী হয়, য’ত বিজেপিয়ে ২০১৯ আৰু ২০২৪ চনৰ নিৰ্বাচনত হায়দৰাবাদ আসনৰ পৰা জমা ধন হেৰুৱাইছে। আচাদুদ্দিন ওৱাইচিয়ে হায়দৰাবাদ…

ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা : দীপক শৰ্মা

বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । কালি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮…

লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতালৈ “মহাৰাজ পৃত্থু মহাপৰাক্ৰম বঁটা-২০২৪” ঘোষণা অসম জাতীয় মহাসভাৰ

শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰৰ পুণ্যভূমিত মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চ, বৰপেটা বৰধাম, অসম জাতীয় মহাসভা আৰু শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সহযোগত…

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপিৰ জয়

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৪ৰ ফলাফল দেওবাৰে ঘোষণা হয়। ইয়াত, ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) আকৌ এবাৰ নিজৰ ক্ষমতা বজাই ৰাখিছে। বিজেপিয়ে ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ ভিতৰত ৪৬ খন আসনত…

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে টোল কৰ ৫ শতাংশলৈ বৃদ্ধি এনএইচএআইৰ

লোকসভা নিৰ্বাচনৰ ফলাফল কাইলৈ অৰ্থাৎ মঙলবাৰে ঘোষণা হ’ব। কিন্তু তাৰ পূৰ্বে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এনএইচএআই) ৰাইজক এক ডাঙৰ আঘাত দিছে। এনএইচএআইয়ে কয় যে চালকসকলে সকলো টোল প্লাজাত সোমবাৰৰ পৰা…