Category: Education

বিদ্যালয়ত শিক্ষাৰ্থী অনুপস্থিত থাকিলেই অভিভাৱকলৈ যাব মেছেজ, শিক্ষা সেতুত চৰকাৰৰ নতুন সংযোজন

বন্ধ হ’ব অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ সমস্যাৰ সমাধানৰ বাবে ‘স্বয়ংক্ৰিয় এছএমএছ অনুপস্থিতি সতৰ্কতা ব্যৱস্থা’ নামৰ এক নতুন ডিজিটেল পদ্ধতি আৰম্ভ কৰা হৈছে। কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে এই পদ্ধতি মুকলি…

দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এন আই আৰ এফ ৰেংকিং ২০২৫।এইবাৰো মহাবিদ্যালয় শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) মহাবিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰৰ দৰে এইবাৰো হিন্দু কলেজে শীৰ্ষস্থান দখল কৰিছে। একে…

কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত…

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিয়ে বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি এনচিইআৰটিয়ে নতুন অধ্যায়ত বাবৰক নিষ্ঠুৰ বিজয়ী বুলি অভিহিত কৰিছে। আকবৰ আৰু ঔৰংজেৱৰ অধ্যায়বোৰতো পৰিৱৰ্তন কৰিছে। এনচিইআৰটিয়ে…

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়িব নোৱাৰিব বিদেশী ছাত্ৰ

ট্ৰাম্প প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অধিকাৰ নাইকীয়া কৰিছে। ইয়াৰ বাবেই আমেৰিকাৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনত প্ৰতিবাদ আৰম্ভ হৈছে। আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে…

আমেৰিকাত অধ্যয়নৰত বিদেশী ছাত্ৰৰ শীৰ্ষত ভাৰত

ভাৰত যোৱা ১৫ বছৰত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সৰ্ববৃহৎ প্ৰেৰণ কৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুকলি কৰা ‘ অপেন ডৰছ ৰিপ’ৰ্ট-২০২৪’ অনুসৰি, ৩.৩ লাখতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীয়ে বৰ্তমান…

দেশৰ ভিতৰত শ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইআইটি মাদ্ৰাজ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাদ্ৰাজ ‘নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক, ২০২৪’ (এনআইআৰএফ ২০২৪)ত একেৰাহে ষষ্ঠ বছৰৰ বাবে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষ স্থান দখল কৰিছে। আনহাতে, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) বাংগালোৰ একেৰাহে নৱমবাৰৰ…

অসমৰ আঞ্চলিক ভাষাৰ ব্যক্তিগত বিদ্যালয়সমূহত ২৫ শতাংশ আসন সংৰক্ষণৰ যো-জা চৰকাৰৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে চৰকাৰে নিম্ন আয়ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে আঞ্চলিক ভাষাৰ ব্যক্তিগত বিদ্যালয়সমূহত ২৫ শতাংশ আসন সংৰক্ষণ ৰখাৰ নীতিগত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলত…

“শিক্ষা সপ্তাহ” উদযাপন

বৰপেটা শিক্ষা খণ্ডৰ পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰতো চলিত মাহৰ ৫ আগষ্ট তাৰিখৰ পৰা উলহ মালহেৰে “শিক্ষা সপ্তাহ” উদযাপন কৰা হয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ প্ৰতিখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীৰ মাজত…

বিদেশত অধ্যয়নৰত অৱস্থান ৫ বছৰত ৬৩৩ জন ভাৰতীয় ছাত্ৰৰ মৃত্যু

লাখ লাখ ভাৰতীয় শিক্ষাৰ্থী পঢ়িবলৈ বিদেশলৈ যায়, কিন্তু শ শ ভাৰতীয় শিক্ষাৰ্থীয়ে বিদেশতে প্ৰাণ হেৰুৱায়। ইয়াক লৈ ভাৰত চৰকাৰে এক চিন্তনীয় তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি, যোৱা পাঁচ বছৰত বিদেশত…