Category: Business

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়; ২০১৬ চনৰ নিৰ্বাচনৰ গোচৰত ডি এম কেৰ এম আপ্পাভুক বিজয়ী ঘোষণা

আদালতৰ দীৰ্ঘদিনীয়া বিলম্বৰ বাবে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰি শেহতীয়াভাৱে এক অভূতপূৰ্ব ৰায় প্ৰদান কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। বিগত ১০ বছৰ ধৰি ওলমি থকা এটা নিৰ্বাচনী গোচৰৰ…

বৃক্ষৰোপণত অসমৰ অভিলেখ; বিশ্ব পৰিৱেশ দিৱসত ৮ ঘণ্টাতে ৰোপণ ১.২ কোটিৰো অধিক পুলি

বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণতে এক অভূতপূৰ্ব সেউজ বিপ্লৱৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ৰাজ্যবাসী। কেৱল আঠ ঘণ্টাৰ ভিতৰতে এক কোটি ২০ লাখতকৈও অধিক গছপুলি ৰোপণ কৰি অসমে আজি গঢ়িলে এক…

কোচিং প্ৰতিষ্ঠানৰ সংঘাত! হত্যাৰ চেষ্টাৰ গোচৰত অভিযুক্ত প্ৰখ্যাত শিক্ষক খান ছাৰ

কোচিং প্ৰতিষ্ঠানসমূহৰ মাজত চলি থকা চৰম ব্যৱসায়িক শত্ৰুতাই এতিয়া বিপাঙত পেলাইছে দেশৰ এগৰাকী অত্যন্ত জনপ্ৰিয় শিক্ষক ফয়জল খান ওৰফে খান ছাৰক। বিহাৰৰ পাটনা চহৰৰ কদমকুৱা থানা অন্তৰ্গত মুছল্লাপুৰ হাট এলেকাত…

মহানগৰীত জীৱন্তে অগ্নিদগ্ধ চাৰিজন

জালুকবাৰীৰ জয়মতী নগৰত নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। মৃত লোককেইজন হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা আব্দুল কুদ্দুছ (৬৫), কাজলী বেগম (৪০),…

শিশুৰ জীৱন সুৰক্ষাৰ লক্ষ্যৰে ১,০০০ বিনামূলীয়া হেলমেট বিতৰণৰ অভিযান আৰম্ভ

পথ সুৰক্ষাৰ ক্ষেত্ৰত এক অভিনৱ আৰু যুগান্তকাৰী পদক্ষেপ হিচাপে লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত লায়নিজমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিনামূলীয়া শিশু হেলমেট বিতৰণ অভিযান আৰম্ভ কৰিছে। “শিশুৰ সুৰক্ষা, ভৱিষ্যতৰ ৰক্ষা” শীৰ্ষক…

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা ; ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান ;ইউচিচি বলৱতৰ সিদ্ধান্তক প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আদৰণি

ইউনিফৰ্ম চিভিল কোড (ইউচিচি ) বা সম নাগৰিক সংহিতা আইন বলৱতৰ জৰিয়তে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শক্তিশালী স্থিতিক ৰাজ্যজুৰি বিভিন্ন পক্ষই আদৰণি জনোৱাৰ সময়তে…

ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশৰে ইতিহাস ৰচনা মাজা ছৱালিন্সকাৰ

২০২৬ ৰ ফ্ৰেন্স অ’পেনত এক তাৰকাময় প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰে পোলেণ্ডৰ ২৪ বছৰীয়া টেনিছ খেলুৱৈ মাজা ছৱালিন্সকাই। মহিলা একক ছেমি ফাইনেলত ৰাছিয়াৰ ডায়েনা শ্বনাইডাৰক ৭-৬(৪), ৬-৪ ত পৰাস্ত কৰি প্ৰথমবাৰৰ…

তেলৰ মূল্যবৃদ্ধি, ইৰাণ সংঘাতৰ মাজত ৰেপ’ ৰেট ৫.২৫% ত অটল ৰাখিলে RBI-এ

বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি আৰু ইৰাণ সংঘাতৰ ফলত সৃষ্টি হোৱা নতুন ভূ-ৰাজনৈতিক সংকটৰ মাজত ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে মূল নীতি হাৰ ৫.২৫% ত অপৰিৱৰ্তিত ৰাখিলে। এই সিদ্ধান্ত বজাৰৰ আশাৰ সৈতে…

বিটিআৰত ভূমি পট্টা বিতৰণ আৰু গৰু বজাৰ পুনৰুজ্জীৱিতকৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত বিটিচিৰ

বিটিআৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু ভূমিহীন লোকৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ বাবে দুখনকৈ গুৰুত্বপূৰ্ণ নীতিত অনুমোদন জনাইছে বড়োলেণ্ড প্ৰাদেশিক পৰিষদ চমুকৈ বিটিচিৰ কাৰ্যবাহী পৰিষদে। কোকৰাঝাৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত…

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত নহ’ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়াত এক নতুন মোৰে লৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণৰ দিন…