Category: Business

টাটা মটৰ্ছৰ ব্যাপক বিক্ৰী-পিছত সমৰ্থনে অসমৰ ট্ৰাকিং উদ্যোগক বাহাল ৰাখে

টাটা মটৰ্ছে ভাৰতীয় ট্ৰাক উদ্যোগত নিজৰ সেৱা পৰিৱেশ তন্ত্ৰক নিৰন্তৰ শক্তিশালী কৰাৰ লগতে বাহনৰ অধিক আপটাইম নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নিজৰ ব্যৱসায়ত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, যি আজিৰ…

বৰপেটাটো ভয়ানক পৰিস্থিতি

বৰপেটা জিলাৰ চেঙা সমষ্টিত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। চেঙা সমষ্টিৰ আটিয়া চৰ,বঢ়ডিয়া , যাত্ৰাৰ ডিয়া, বালি দাড়ি ,আৰিমাৰি,ধম- ধমা,চিলেংদিয়া,উওৰ গোধুনি, দক্ষিণ গোধুনি,দামা পাড়া,মাজেৰ চৰনামৰ গাঁও সম্পূৰ্ণৰূপে বানত ডুব…

বানত বিধ্বস্ত বোকাখাত

শেহতীয়া প্ৰলয়ংকাৰী বানে পুনৰ বিধ্বস্ত কৰি দিলে বোকাখাতৰ বংকোৱাল তথা ইয়াৰ গ্ৰাম্য অৰ্থনীতি।মথাউৰি বাট পথেই নহয়,কৃষিপথাৰ, ভঁৰাল,পশুধন,বেপাৰ-বাণিজ্য আৰু বিদ্যালয় সমূহৰ কাৰ্যকলাপত পুনৰ শতিকা পিছ পৰি গ’ল বংকোৱাল। ইয়াৰ মাজতে কৃষকৰ…

চেমচাঙে নতুন গ্যালাক্সি জেড চিৰিজ ফ’ল্ডেবলৰ বাবে প্ৰাক-ৰিজাৰ্ভ বিকল্প ঘোষণা কৰিছে

চেমচাঙে শেহতীয়াকৈ ঘোষণা কৰিছে যে ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া গ্লবেল অনুষ্ঠানত নেক্সট জেনেৰেচন গেলেক্সি জেড ছিৰিজৰ স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰা হ’ব। গেলেক্সি আনপেকড ইভেণ্ট পেৰিছত আয়োজিত হ’ব —আইকনিক…

১.১ মিলিয়ন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অৰ্জন নিছান মটৰ ইণ্ডিয়াৰ

নিছান মটৰ ইণ্ডিয়াই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা ১.১ মিলিয়নখন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৰ এয়া এক গুৰুত্বপূৰ্ণ সাফল্য আৰু নিছানৰ ‘মেক ইন…

মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্চৰ সৈতে ইয়াৰ অংশীদাৰীত্ব দৃঢ় কৰে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছৰ সৈতে অংশীদাৰিত্ব কৰি সংহত বৈদ্যুতিক মবিলিটি সমাধান প্ৰদানকাৰী মেজেণ্টা মবিলিটিয়ে ৬০ ইউনিট এছ ইভি আৰু ৪০ ইউনিট এছ ইভি ১০০০কে ধৰি ১০০…

নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন। চিয়াং জিলাত পথৰ ওপৰত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল। পাছিঘাটত শিল খহি বন্ধ হৈ পৰিছে ৫১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথটোৰে যাতায়াত।

প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই

প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই। মন্ত্ৰীসভাৰ পৰা পদত্যাগ ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মীনাৰ। জন্মস্থান দৌছাকে ধৰি লোকসভাৰ কেইখনমান গুৰুত্বপূৰ্ণ আসন হেৰুৱালে পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল কিৰোডী লাল মীনাই। দৌছাৰ পৰা…

আঞ্চলিক পৰ্যায়ত নিয়োগ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি এনইএছএফবিৰ

নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিস্তৃত পদক্ষেপৰ প্ৰথম পৰ্যায়ত বেংকটোৱে ২০০ৰো অধিক নতুন কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে।…

১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰা: কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াৰ সহযোগিতামূলক সফলতা

কোকাকোলা ইণ্ডিয়া আৰু নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) সহযোগিতামূলক ছুপাৰ পাৱাৰ ৰিটেইলাৰ কাৰ্যসূচীৰ জৰিয়তে সফলতাৰে সমগ্ৰ ওড়িশাৰ ১৪,০০০ৰো অধিক খুচুৰা বিক্ৰেতাক সবলীকৰণ কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত আৰম্ভ হোৱা…