Category: Business

উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা

উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ বৰ্তমানলৈ ১২২গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷ ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত এই অঘটন৷

মহানগৰীত ভয়ংকৰ ঘটনা

মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত নিশা তয়াময়া ৰণ৷ ৩গৰাকী যুৱতীৰ দল আৰু এজন যুৱকৰ মাজত প্ৰচণ্ড মাৰপিট৷ হাতীগাঁৱত আলম আনচাৰি নামৰ যুৱকজনক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷ দাবী কৰা ধন নিদিয়াৰ…

টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে

টাটা মটৰ্ছে বাজাজ ফিনচাৰ্ভ লিমিটেডৰ এক ধ্বজাবাহী প্ৰতিষ্ঠান বাজাজ ফাইনেন্স লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই টাটা মটৰ্ছৰ বিবিধ গ্ৰাহক আধাৰত অনুকূলিত বিত্তীয় সমাধান আগবঢ়োৱাৰ বাবে বাজাজ ফাইনেন্সৰ…

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে  সম্বৰ্ধনা জনালে ৩২ গৰাকী চিকিৎসা পেছাদাৰীক

ভাৰতীয় নাৰ্ছসকলক বিশ্বব্যাপী কেৰিয়াৰৰ সুযোগ আদায়ৰ বাবে সবলীকৰণ কৰিবলৈ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় (স্বতন্ত্ৰ)ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে জাৰ্মান ভাষাৰ প্ৰশিক্ষণৰ বি ১ লেভেল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ৩২…

হিৰো মট’কৰ্পৰ ‘দ্য চেণ্টেনিয়েল’ কালেক্টৰ এডিছন মুকলিৰে প্ৰতিষ্ঠাপকলৈ শ্ৰদ্ধাঞ্জলি

হিৰো মট’কৰ্পে নিজৰ দূৰদৰ্শী প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ব্ৰীজমোহন লাল মুঞ্জললৈ শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰিব কালেক্টৰ্ছ সংস্কৰণৰ মটৰচাইকেল ‘দ্য চেণ্টেনিয়েল’। প্ৰতিষ্ঠানটোৱে নিজৰ কৰ্মচাৰী, সহযোগী, ব্যৱসায়িক অংশীদাৰ আৰু ষ্টেক হল্ডাৰসকলক ড০ ব্ৰীজমোহন…

আৰ্য নাৰ্চিং মহাবিদ্যালয়ে বিভিন্ন নাৰ্চিং কাৰ্যসূচী আগবঢ়ায়

উত্তৰ-পূৰ্বাঞ্চলৰ এক খ্যাতিসম্পন্ন নার্চিং শিক্ষানুস্থান হৈছে কামৰূপ জিলাৰ চাংসাৰিস্থিত আৰ্য্য নার্চিং কলেজ। B.Sc. Nursing, Post Basic B.Sc. Nursing, GNM আৰু ANM পাঠ্যক্রম সুচাৰু-ৰূপে আগবঢ়াই থকাৰ সময়তে আর্য্য নার্চিং কলেজৰ অধ্যক্ষ…

উন্নত ৪জি-৫জি নেটৱৰ্ক ডিপ্লয়মেণ্টৰ বাবে ভি চেমচাঙৰ সৈতে দল গঠন কৰিছে

ভি আৰু চেমচাঙে চেন্নাইত ১২-১৮ মাহ ধৰি নেটৱৰ্ক ট্ৰায়েলৰ পিছত ভিৰ ৪জি উপস্থিতিৰ সম্প্ৰসাৰণ আৰু ৫জি সেৱা মুকলি কৰিছে। ইয়াৰ উপৰিও পৰীক্ষামূলক ব্যৱস্থাত উৎসাহজনক সঁহাৰি আৰু বৰ্তমানৰ চাপ্লায়াৰৰ সৈতে সমতুল্য…

ভি মুভিজ আৰু টিভি এপ্পে ১৭ টা অ’টিটি এপ্পৰ প্ৰৱেশাধিকাৰৰ সৈতে নতুন চাবস্ক্ৰিপশ্বন আঁচনি প্ৰৱৰ্তন কৰে

১৭টা আগশাৰীৰ অ’টিটি প্লেটফৰ্ম ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা উদ্ভাৱনীমূলক চাবস্ক্ৰিপচন প্লেন মুকলিৰ সমান্তৰালভাৱে জি5ক নিজৰ ধ্বাজাবাহী ভি মুভিজ এণ্ড টিভি এপত সংযুক্ত কৰি নিজৰ মনোৰঞ্জনৰ ভাণ্ডাৰক অধিক শক্তিশালী কৰি তুলিছে।…

কোকৰাঝাৰত এনকাউণ্টাৰৰ ঘটনা

কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত দেওবাৰে নিশা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ এনকাউন্টাৰত যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আমিৰ হুছেইন নামৰ এটা ডকাইতৰ বাওঁভৰিত গুলী লাগি…

চেমচাঙে ভাৰতত ইয়াৰ মিউজিক ফ্ৰেম প্ৰৱৰ্তন কৰিছে

চেমচাং ইণ্ডিয়াই ভাৰতৰ মুকলি কৰিলে মিউজিক ফ্ৰেম। এই মিউজিক ফ্ৰেম হৈছে এটা ৱায়াৰলেছ স্পীকাৰ, দেখাত শিল্পকৰ্মৰে অনন্য ৰূপত তুলি ধৰা হৈছে। চেমচাং মিউজিক ফ্ৰেমত নতুন সুবিধা যেনে ডলবি এটমছ আৰু…