Category: Business

ভাৰতৰ শাস্ত্ৰীয় ভাষাৰ মৰ্যাদাই অসম, বাংলা আৰু মাৰাঠীক বৃদ্ধি কৰে; পেৰুত উদযাপন অনুষ্ঠিত

পেৰুৰ লিমাস্থিত ভাৰতীয় দূতাবাসে শেহতীয়াকৈ ভাৰত চৰকাৰে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাক ‘ধ্ৰুপদী ভাষা’ ৰূপে স্বীকৃতি প্ৰদান উদযাপন কৰে। এই শেহতীয়া স্বীকৃতিৰে ভাৰতত এতিয়া ধ্ৰুপদী ভাষাৰ সংখ্যা ১১লৈ…

যোগী আদিত্যনাথক হ*ত্যাৰ ভাবুকি

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকিৰে যোৱা নিশা মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে এক অজ্ঞাত নম্বৰৰ পৰা ফোন কল লাভ কৰিছে। এই ভাবুকি বাৰ্তাত কোৱা হৈছে যে যোগী…

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক পুনৰ আটক

কিছু দিন পূৰ্বে মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা এটা কয়দীক পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰা এই পলাতক কয়দীটোৰ নাম জয়নাল ইছলাম।উল্লেখ্য যে, পকছো আইনৰ…

ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাট চহৰৰ ভোগদৈ মছজিদৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ভোগদৈ দলঙৰ সমীপত এ টি ৰোডৰ কাষত থকা ব্যৱসায় প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে…

পুনৰ বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ চেষ্টা

পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চন্দন কাঠৰ বিপৰীতে চিমেন্টৰ গাড়ীত সৰবৰাহ হৈছে বাৰ্মিজ চুপাৰি। ম্যানমাৰৰ পৰা আন্তঃৰাজ্যিক সীমা অতিক্ৰম কৰি নাগালেণ্ড হৈ অসমত প্ৰৱেশ বাৰ্মিজ চুপাৰিৰ।শনিবাৰে পুৱাতে মেৰাপানীত চি আৰ…

দীপাৱলী উদ্যাপনত অনন্য ৰূপত ভি-এ

দেশৰ অগ্ৰণী টেলিকম অপাৰেটৰ ভি এপত ৰিচাৰ্জ কৰাসকলৰ বাবে নিশ্চিত পুৰস্কাৰ মুকলি কৰি গ্ৰাহকৰ বাবে দীপাৱলী উদযাপনক অনন্য ৰূপ প্ৰদান কৰিছে। এই উৎসৱমুখৰ বোনাঞ্জাৰ অংশ হিচাপে ভি এপত ৰিচাৰ্জ কৰাসকলে…

দীপাৱলী উদযাপনৰ সময়তেই দুজনক গুলীয়াই হ/ত্যা

দিল্লীত চাঞ্চল্যকৰ ঘটনা৷ দীপাৱলী উদযাপনৰ সময়তে গুলীয়াই হত্যা দুজনক৷ গুলীচালনাত নিহত ঋষভ শৰ্মা, আকাশ শৰ্মা৷ আকাশ শৰ্মালৈ লক্ষ্য কৰি ৫ জাঁইকৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ৷ গুলীচালনাত আহত আকাশ শৰ্মাৰ পুত্ৰ ১০ বছৰীয়া…

দীপাৱলী হৈছে প্ৰেম, পোহৰ আৰু একেলগ হৈ উদযাপন কৰা উৎসৱ, যিয়ে সুদৃঢ় কৰে হৃদয় আৰু পৰম্পৰাক

পোহৰৰ চাকিগছিৰ উষ্ণ আলোকৰ পৰা আৰম্ভ কৰি উৎসৱমুখৰ খাদ্যৰ সুগন্ধিলৈকে দীপাৱলী হৈছে হৃদয় আৰু পৰম্পৰাক স্নেহবন্ধনেৰে সামৰি ৰখা প্ৰেম, পোহৰ আৰু একত্ৰিত হৈ উদযাপন কৰা উত্সৱ। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ(জিআইজি)ৰ অভিজ্ঞতাভিত্তিক…

পৰ্যটকৰ বাবে ভাল খবৰ

পৰম্পৰাগত হস্তী পূজাৰে অহা ১ নৱেম্বৰৰ পৰা মুকলি হ’ব কাজিৰঙাৰ অতিকৈ আকৰ্ষণীয় হাতী ছাফাৰী ৷ পুৱাৰ কোমল ৰ’দজাক লগত লৈ কাজিৰঙাৰ এবুকু পৰিষ্কাৰ বতাহ প্ৰাণ ভৰি গ্ৰহণ কৰাৰ উদ্দেশ্যে হাতী…

আজি ৰাজ্য কঁপাই তোলা এটা দিন

১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই । আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহলোকক হত্যা কৰিছিল। আজিও পংগুত্ব জীৱন যাপন কৰি আছে বহুতে।আজি…