Category: Business

বন বিভাগৰ জালত ২চোৰাং চিকাৰী

গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী। হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক । আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ। যোৱা…

নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি

পাকিস্তানত ‘শ্বুট এট ছাইট’ অৰ্ডাৰ জাৰি। নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তাল ইছলামাবাদ। আৰক্ষী আৰু ৰেঞ্জাৰৰ ওপৰত আক্ৰমণ প্ৰতিবাদকাৰীৰ। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ…

গড্ৰেজ জাৰ্চীৰ জৰীপে ৰাষ্ট্ৰীয় গাখীৰ দিৱসৰ আগতে বৰ্ধিত অগ্ৰাধিকাৰ দেখুৱাইছে

গাখীৰ ক্ৰয় কৰাৰ সময়ত আধাতকৈ অধিক (৫৪%) ভাৰতীয় গ্ৰাহকে গুণগত মানক অগ্ৰাধিকাৰ প্ৰদান কৰে, গড্ৰেজ জাৰ্চিৰ শেহতীয়া প্ৰতিবেদনত পুনৰবাৰ এই কথা প্ৰমাণিত হৈছে। ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ পূৰ্বে প্ৰকাশিত…

ব্যতিক্রম মাচডোৱে গুৱাহাটীত আন্তৰ্জাতিক ৰাইটাৰ্ছ মিট ২০২৪ৰ তৃতীয় সংস্কৰণ সফলতাৰে সমাপ্ত কৰে

প্রবল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে যোৱা ২২ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত সফলভাবে অনুষ্ঠিত হ’ল ব্যতিক্রম আন্তঃৰাষ্ট্রীয় লেখক সমাৰোহ। অসমৰ আগশাৰীৰ সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোরে আয়োজন…

মহিলা উদ্যোগীক সবলীকৰণঃ বিহাৰত গিৰিৰাজ সিঙে উদ্বোধন জীৱিকা দিদি প্ৰশিক্ষণ কেন্দ্ৰ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে…

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শীতকালীন সূচী বৃদ্ধি: গুৱাহাটীৰ পৰা সাপ্তাহিক ১০৫ খনতকৈও অধিক বিমান

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীৰ পৰা বিমান যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰি শীতকালীন বিমানসূচী প্ৰকাশ কৰিছে। এতিয়া সাপ্তাহিকভাৱে ১০৫খনতকৈও অধিক বিমান সেৱা আগবঢ়াইছে এয়াৰ ইণ্ডিয়াই, যোৱা বছৰৰ শীতকালত চলাচল কৰা ৬৩খন বিমানৰ…

শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত এনইএছএফবিৰ উত্থান, উত্তৰ-পূবৰ ব্যৱসায়িক ক্ষেত্ৰত শক্তিশালী কৰিছে নিজৰ স্থান

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ২০২৪ চনৰ ২৭ অক্টোবৰত শ্লাইচৰ সৈতে একত্ৰিকৰণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত বিত্তীয় অৱস্থা আৰু সুস্থিৰতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এনইএছএফবিৰ প্ৰতিষ্ঠিত বেংকিং ভেটিক শ্লাইচৰ প্ৰযুক্তিগত উদ্ভাৱনৰ…

দীর্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব

দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব। কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। আজি আৰু কাইলৈ চৌদি আৰৱৰ জেদ্দাহ চহৰত এই মেগা নিলাম অনুষ্ঠিত হ’ব।ক্ৰিকেট বিশ্বৰে আটাইতকৈ…

অসমৰ ৫সমষ্টিতে বিজেপিৰ জয়

ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ’ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয়…

ছত্তীশগড়ত সংঘৰ্ষ

ছত্তীশগড়ৰ দক্ষিণ সুকমাত ডি আৰ জি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ । পুৱাৰে পৰা অব্যাহত আছে গুলীয়াগুলী ।ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত সেনা আৰু নক্সালবাদীৰ মাজত এক বৃহৎ সংঘৰ্ষ চলি আছে…