Business অম্বুজা চিমেণ্ট, আদানী ফাউণ্ডেচনে অসমৰ উমৰাংছ’ত গ্ৰাম্য সংযোগৰ উন্নতি সাধন কৰে March 13, 2026 Business Bureau বৈচিত্ৰ্যপূৰ্ণ আদানী পৰ্টফলিঅ’ৰ অংশ অম্বুজা চিমেণ্টে আদানী ফাউণ্ডেচনৰ সহযোগত ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ থাৰভেলাংছ’ আৰু বড়োলোখিন্দং গাঁৱৰ মাজত এক মূল সংযোগী পথৰ মেৰামতি কৰি অঞ্চলটোৰ গ্ৰাম্য সংযোগৰ যথেষ্ট উন্নতি সাধন…
Business গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ — “কংগ্ৰেছৰ ৩০ প্ৰাৰ্থীৰ টিকট মই ঠিক কৰিম” March 13, 2026 Sonakshi Sarkar আকৌ বিৰোধী কংগ্ৰেছৰ ভিতৰচ’ৰাত নিজৰ প্ৰভাৱ প্ৰমাণ কৰাত উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ তেওঁৰ দাবী- কংগ্ৰেছৰ ৩০টা সমষ্টিৰ টিকটৰ সিদ্ধান্ত তেওঁ ল’ব। কোনে…
Business ফিউচাৰৰেডী: ২০৩০ চনৰ ভিতৰত ইউৰোপৰ শীৰ্ষ গাড়ী নিৰ্মাতা হোৱাৰ বাবে ৰেনল্টৰ অভিলাষী পৰিকল্পনা March 12, 2026 Business Bureau ৰেন’ল্ট গ্ৰুপে ঘোষণা কৰিছে “ফিউচাৰৰেডী” শীৰ্ষক এক নতুন বিশ্বজনীন কৌশলগত পৰিকল্পনা, যাৰ ফলত প্ৰতিষ্ঠানটোৱে ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক অটোমোটিভ উদ্যোগত প্ৰসংগীয় ইউৰোপীয় বাহন নিৰ্মাতা হিচাপে নিজৰ স্থান শক্তিশালী কৰাৰ লক্ষ্য লৈছে। ২০২১…
Business মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহম্মদক ২০২৬ বৰ্ষৰ লোকমত মহাৰাষ্ট্ৰীয়ান অৱ দ্য য়েৰ বঁটা প্ৰদান অনুষ্ঠানত ব্যৱসায়িক ভূষণ সন্মানেৰে সন্মানিত কৰা হয় March 12, 2026 Business Bureau বিশ্বব্যাপী গহণাৰ খুচুৰা উদ্যোগক ৰূপান্তৰিত কৰি সমাজলৈ অৰিহণা যোগোৱাত নেতৃত্ব প্ৰদানৰ বাবে মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহম্মদক ২০২৬ বৰ্ষৰ লোকমত মহাৰাষ্ট্ৰীয়ান অৱ দ্য য়েৰ বঁটা প্ৰদান অনুষ্ঠানত ব্যৱসায়িক ভূষণ…
Business টাটা এআইএ লাইফ ইঞ্চুৰেন্সে আৰম্ভ কৰিলে শুভ ফ্লেক্সি পেঞ্চন প্লেন March 11, 2026 Business Bureau বৰ্ধিত আয়ুস আৰু স্বাস্থ্যসেৱাৰ খৰচে ভাৰতত অৱসৰৰ পৰিকল্পনাক ন ৰূপ দিয়াৰ বাবে টাটা এআইএ লাইফ ইঞ্চুৰেন্সে বজাৰৰ সৈতে জড়িত বৃদ্ধিৰ সুযোগৰ লগতে নিশ্চিত জীৱনকালীন আয় প্ৰদানৰ বাবে ডিজাইন কৰা নতুন…
Business ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰচেষ্টা বিফল কংগ্ৰেছৰ; নিৰ্বাচনৰ পূৰ্বে থমকি ৰ’ল আসন বুজাবুজিৰ আলোচনা March 11, 2026 Sonakshi Sarkar ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰচেষ্টাত যতি পেলালে ভাৰতীয় জাতীয় কংগ্ৰেছে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আজি এক বিবৃতিত সদৰী কৰে যে এক বলিষ্ঠ বিৰোধী মৰ্চা…
Business ১৩ বছৰ ধৰি কোমাাত থকা হৰিশ ৰাণাক মৃত্যুৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ; কেন্দ্ৰক নিষ্ক্ৰিয় ইচ্ছামৃত্যুৰ আইন প্ৰণয়নৰ আহ্বান March 11, 2026 Sonakshi Sarkar এক মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত বিগত ১৩ বছৰে অৰ্ধচেতন অৱস্থাত পৰি থকা ৩১ বছৰীয়া হৰিশ ৰাণাক অৱশেষত মৃত্যুৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। পিতৃ-মাতৃৰ আৱেদনৰ ভিত্তিত সঁহাৰি জনাই আজি শীৰ্ষ আদালতে হৰিশৰ…
Business ৰঞ্জী ট্ৰফী চেম্পিয়ন জম্মু-কাশ্মীৰ; বিচিচিআইৰ পৰা ৫ কোটি টকাৰ পুৰস্কাৰ March 11, 2026 Sonakshi Sarkar জন্মু-কাশ্মীৰ ক্ৰিকেট দলটি প্রথমবাৰৰ বাবে ৰঞ্জী ট্ৰফী দখল কৰাৰ ইতিহাস সৃষ্টি কৰিছে। এই বিজয় উপলক্ষে জম্মু-কাশ্মীর ক্ৰিকেট সন্থাই মঙলবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে দলটোক সন্মানিত কৰিছিল। অনুষ্ঠানটি জিজিএম চায়েন্স কলেজ…
Business আমেৰিকাত স্থাপন নতুন তেল শোধনাগাৰ; ৫০ বছৰৰ পিছত বৃহৎ পদক্ষেপ, অংশীদাৰ ৰিলায়েন্স March 11, 2026 Sonakshi Sarkar আমেৰিকাত ৫০ বছৰৰ বিৰতিৰ পাছত নতুন তেল শোধনাগাৰ নিৰ্মাণৰ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টেক্সাছত স্থাপন হ’বলগীয়া এই ৩’শ বিলিয়ন ডলাৰৰ ঐতিহাসিক প্রকল্পত ভাৰতৰ ৰিলায়েন্স ইণ্ডাস্ট্ৰীজ অংশীদাৰ হৈছে। এই প্ৰকল্পটো…
Business পাকিস্তানলৈ গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ নৌসেনাৰ জোৱান March 11, 2026 Sonakshi Sarkar ভাৰতীয় নৌসেনাৰ জোৱান আদৰ্শ কুমাৰ নামৰ এজন ৰেংজাৰ সদস্য চোৰাংচোৱাগিৰিৰ অভিযোগত আটক হোৱাৰ খবৰ মুকলোৱা হৈছে। অধিক তথ্য অনুসৰি, তেওঁ পাকিস্তানৰ গোপন চোৰাংচোৱা সংস্থা আইএসআইৰ সৈতে মিতিৰালি কৰি ভাৰতৰ সৰু…