Assam আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা; ৯৫ৰ সীমা অতিক্ৰম টকাৰ মূল্যৰ March 30, 2026 Paromita ইতিহাসৰ সৰ্বনিম্ন স্তৰত এতিয়া উপনীত হ’ল ভাৰতীয় মুদ্ৰা। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ধাৰাবাহিক পতনে সোমবাৰে স্পৰ্শ কৰিলে ৯৫ৰ ঘৰ। খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু বিশ্ব ৰাজনীতিৰ উত্তেজনাৰ বাবে ডলাৰ…
Assam জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ দাবীৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ March 30, 2026 Sonakshi Sarkar ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত উঠিছে৷ শাসক বিৰোধী এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক হাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ কিয়নো এইবাৰ এটা পৰ্যায়তেই অনুষ্ঠিত…
Assam কংগ্ৰেছৰ নিশ্চিত পৰাজয়ৰ অজুহাত বিচাৰিবলৈহে ৰণক্ষেত্ৰত নমোৱা হৈছে খাৰ্গেকঃ মুখ্যমন্ত্ৰীৰ দাবী March 30, 2026 Paromita নিৰ্বাচিত পৰাজয়ৰ বাবে এক নতুন অজুহাত এতিয়া বিচাৰি ফুৰিছে কংগ্ৰেছে। দেওবাৰে ডিফু ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলে ইতিমধ্যে নিজৰ বিপৰ্যয়ৰ…
Assam নিৰাপত্তা বাহিনীৰ সফলতা; মণিপুৰত অসম ৰাইফলছৰ হাতত ১৭ বিদ্ৰোহী গ্ৰেপ্তাৰ March 30, 2026 Sonakshi Sarkar মণিপুৰত অসম ৰাইফলসে গত সপ্তাহত ১৭ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰাৰ সফল অভিযানেৰে এক বৃহৎ কূটাঘাতৰ ষড়যন্ত্ৰৰ অভিশাপ মচি পেলাইছে। ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চলা ধাৰাবাহিক অভিযানত, নিষিদ্ধ সংগঠনৰ কেডাৰ…
Assam বিজনীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী হুংকাৰ; বিটিআৰৰ ১৫ খন আসনেই দখল কৰিব এনডিএ-ই March 28, 2026 Paromita অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিকূল বতৰকো নেওচি চিৰাং জিলাৰ বিজনী সমষ্টিত এক বিশাল নিৰ্বাচনী জনসভাত অংশ ল’লে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিজনীৰ বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থনত আয়োজিত…
Assam কোকৰাঝাৰত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ‘ড্ৰাই ডে’ ঘোষণা; সুৰা বিক্ৰী আৰু মজুতকৰণত কঠোৰ নিষেধাজ্ঞা March 28, 2026 Paromita অসমত নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ। অনাগত নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলাখনত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে। জিলা দণ্ডাধীশ…
Assam কেবিচি বিজয়ী তহচিলদাৰ কাৰাগাৰলৈ; ২.৫ কোটি টকীয়া বান সাহাৰ্যৰ কেলেংকাৰীত গ্ৰেপ্তাৰ March 27, 2026 Paromita ২.৫ কোটি টকীয়া বান সাহাৰ্যৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কেবিচি বিজয়ী তহচিলদাৰ অমিতা সিং টোমৰ। মধ্যপ্ৰদেশৰ বড়োদা তহচিলত ২০২১ চনত সংঘটিত হোৱা এই ভয়ংকৰ বিত্তীয় অনিয়মৰ বাবে বৃহস্পতিবাৰে…
Assam শিলচৰত আন্তঃৰাজ্যিক মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত; নাইজেৰিয়ানসহ আটক ৪ March 27, 2026 Paromita কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত শিলচৰত পোহৰলৈ আহিছে এক ভয়ংকৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ তথ্য। আছাম ৰাইফলছৰ বিশেষ সূত্ৰৰ ভিত্তিত ২৫ মাৰ্চত চলোৱা এই অভিযানত এজন নাইজেৰিয়ান নাগৰিকসহ অসম…
Assam অৰুণাচলৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ গুলীচালনা; আহত অসম ৰাইফলছৰ জোৱান March 27, 2026 Paromita ভাৰত-ম্যানমাৰ সীমান্তৰ চাংলাং জিলাত বেৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উগ্ৰপন্থীৰ আক্ৰমণত আহত হয় এজন অসম ৰাইফলছৰ জোৱান। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পাংচাউ পাছৰ সমীপত এই গুলীচালনাৰ…
Assam নিৰ্বাচনৰ আগতেই বিজেপিৰ জয়ৰ দাবী, মুখ্যমন্ত্ৰীৰ কড়া আক্ৰমণ বিৰোধীৰ ওপৰত March 27, 2026 Sonakshi Sarkar অসম বিধানসভা নিৰ্বাচনৰ আগমনৰে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) মাধ্যমে এক ঐতিহাসিক বিজয়ৰ বিশ্বাস প্ৰকাশ কৰিছে আৰু দলৰ ‘বিজয় সংকল্প যাত্ৰা’ত…