Assam ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ January 5, 2026 Mohini ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ)। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ…
Assam বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা January 3, 2026 Sonakshi Sarkar বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি…
Assam ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য January 3, 2026 Sonakshi Sarkar মেগা বিহু আৰু ঝুমুই বিন্দিনিৰ পাছত এতিয়া অসম চৰকাৰে এইবাৰ বাগৰুম্বাৰ আয়োজন কৰিছে। সৰুসজাই ষ্টেডিয়ামত বড়ো সমাজে বিশ্ববাসীৰ আগত উপস্থাপন কৰিব বাগৰুম্বা নৃত্য। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু…
Assam ত্রয়োদশ প্রতিষ্ঠা দিৱস উপলক্ষে উত্তৰ গুৱাহাটীৰ জিএনআৰচি মেডিকেলত কার্ডিয়েক ছাইঞ্চেজ আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন January 3, 2026 Sonakshi Sarkar আজি বুধবাৰে উত্তৰ গুৱাহাটীৰ জিএনআৰচি মেডিকেল চৌহদত হাস্পতালখনৰ ত্ৰয়োদশ প্রতিষ্ঠা দিৱস পালন কৰা হয়। যোৱা ১২ বছৰ ধৰি হাস্পতালখনে ৰাইজলৈ উচ্চমানৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ…
Assam সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ January 2, 2026 Sonakshi Sarkar এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত…
Assam ১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য January 2, 2026 Mohini অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হব বাগৰুম্বা নৃত্য। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হব বড়ো জনগোষ্ঠীৰ নৃত্য এই বাগৰুম্বা। ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব…
Assam গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত January 2, 2026 Mohini বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা…
Assam Crime মণিপুৰৰ কাকচিং জিলাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ January 1, 2026 editor গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা মণিপুৰৰ নিৰাপত্তা পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ কাকচিং জিলাৰ পৰা আৰক্ষীয়ে ছটাকৈ আগ্নেয়াস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক…
Assam আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান December 31, 2025 Sonakshi Sarkar আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন…
Assam ভাৰতত ৬২% মুখৰ কৰ্কট ৰোগীৰ বাবে দায়ী ধঁপাত, গুটখা আৰু মদ December 30, 2025 Sonakshi Sarkar আপুনি জানেনে যে সামান্য পৰিমাণৰ মদ্যপানো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? মহাৰাষ্ট্ৰস্থিত চেণ্টাৰ ফৰ কেন্সাৰ এপিডেমিঅ’লজি আৰু হোমি ভাভা নেশ্যনেল ইনষ্টিটিউটৰ বিজ্ঞানীসকলৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে দৈনিক মাত্ৰ…