Assam ১০ জানুৱাৰীৰ পৰা অসমত কংগ্ৰেছৰ ‘এনৰেগা বচাও আন্দোলন’ January 9, 2026 Sonakshi Sarkar কংগ্ৰেছ দলে অহা ১০ জানুৱাৰীৰ পৰা অসমত “এনৰেগা বচাও আন্দোলন” আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।অসমৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মনোজ চৌহানে কেন্দ্ৰীয় চৰকাৰে এনৰেগাৰ নাম সলনি কৰি ভিবিজি…
Assam নুমলীগড় শোধনাগাৰৰ পৰা ১.৮ লাখ টন ডিজেল ক্ৰয় কৰিব বাংলাদেশে! পাইপলাইনেৰে অসমৰ পৰা যাব ইন্ধন January 8, 2026 Sonakshi Sarkar ভাৰত-বাংলাদেশৰ মাজত অব্যাহত থকা কূটনৈতিক অস্থিৰতাৰ মাজতে দুই দেশৰ মাজত এইবাৰ সম্পন্ন হ’ল এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি। দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ মাজতো চুবুৰীয়া দেশখনৰ ইন্ধনৰ নাটনি দূৰ কৰিবলৈ বাংলাদেশে পুনৰ…
Assam লক্ষেশ্বৰ কলিতা সোঁৱৰণী শিশু উপযোগী গল্প প্রতিযোগিতাৰ বঁটা বিজয়ীক বঁটা প্ৰদান January 8, 2026 Sonakshi Sarkar গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ লংকেশ্বৰৰ প্ৰয়াত লক্ষেশ্বৰ কলিতা শৈক্ষিক ন্যাসৰ উদ্যোগত অসম ভিত্তিত অনুষ্ঠিত শিশু উপযোগী গল্প প্ৰতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলক লংকেশ্বৰস্থিত বাসগৃহত প্ৰয়াত লক্ষেশ্বৰ কলিতাৰ জন্মবার্ষিকী উপলক্ষে ৪ জানুৱাৰীত আয়োজিত…
Assam ৮৫ৰ পৰা অশুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অসমত! এন আৰ চিক লৈ পুনৰ উচ্চতম ন্যায়ালয়লৈ যাব আছু January 7, 2026 Sonakshi Sarkar অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় ভোটাৰ তালিকা আৰু বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰি আজি চৰকাৰ তথা নিৰ্বাচনী ব্যৱস্থাক তীব্ৰ প্ৰত্যাহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক…
Assam বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য January 7, 2026 Sonakshi Sarkar কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ সৰহ সংখ্যক কৃষকে বিগত পাঁচটা বৰ্ষত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্ত্বাবধানত তৈল বীজৰ খেতি কৰি বীজ উৎপাদনৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য…
Assam আমেৰিকাক ৫ কোটি বেৰেল তেল দিব ভেনিজুৱেলাই January 7, 2026 Sonakshi Sarkar নিকোলাছ মাদুৰোক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ বাবে হঠাতে চলোৱা সামৰিক অভিযানৰ পিছত ভেনিজুৱেলাই আমেৰিকাক ৫ কোটি বেৰেল তেল দিব বুলি প্ৰতিশ্ৰতি দিছে বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ট্ৰাম্পে নিজৰ…
Assam আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোটে কমেও এশ আসন লাভ কৰিব ; দুৰ্গা সৰোবৰত যোগদান সমাৰোহত অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ; কংগ্ৰেছ নেতা – কৰ্মীসহ পাঁচ শতাধিকৰ অগপত যোগদান January 6, 2026 Sonakshi Sarkar আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত বিজেপি – অগপ নেতৃত্বাধীন শাসকীয় এন ডি এ মৰ্চাই পুনৰ একেৰাহে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ বাবে কঁকালত টঙালি…
Assam অসমৰ এছ আৰক লৈ উদ্বিগ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া January 6, 2026 Sonakshi Sarkar অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশেষ সংশোধন (এছ আৰ)ৰ পিছত প্ৰকাশিত ৰাজ্যৰ খচৰা ভোটাৰ তালিকাত “গুৰুতৰ অনিয়ম”ৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ…
Assam গুৱাহাটীৰ ৰাজপথত হেলমেট নিপিন্ধা উদণ্ড বাইক চালকক সতৰ্ক কৰিলে যমৰাজ-চিত্তগুপ্তই January 5, 2026 Sonakshi Sarkar ৰাজ্যজুৰি অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ কাৰ্যসূচী কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগতো আৰম্ভ হ’ল । আজি নতুন বছৰটোৰ প্ৰথম দিনাই হেলমেট পৰিধান নকৰা উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত…
Assam অসম গ্ৰন্থমেলাত ভিক্টৰ ৰাজকুমাৰৰ ‘পৃথিৱী’ উন্মোচন January 5, 2026 Sonakshi Sarkar অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ সভাগৃহত গুৱাহাটী পাঞ্জাবাৰী আনন্দিনী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কবি ভিক্টৰ ৰাজকুমাৰৰ দ্বিতীয়খনি কবিগ্ৰন্থ ‘পৃথিৱী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গীতিকাৰ ড° অঞ্জনজ্যোতি চৌধুৰী, কবি দেৱপ্ৰসাদ তালুকদাৰ…