Category: Assam

বন্ধ ইৰানৰ আকাশমাৰ্গঃ এয়াৰ ইণ্ডিয়াৰ আমেৰিকা অভিমুখী বিমান বাতিল, ইউৰোপৰ সেৱাতো বিঘিনি

ইৰানত অব্যাহত থকা চৰকাৰ বিৰোধী উত্তাল প্ৰতিবাদ আৰু দেশখনৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ খবৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ মাজত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াত বৃদ্ধি পোৱা নিৰাপত্তাজনিত উদ্বেগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয়…

ঝাৰখণ্ডৰ হাজাৰীবাগত ভয়ংকৰ বোমা বিস্ফোৰণঃ তিনিজনৰ থিতাতে মৃত্যু

ঝাৰখণ্ডৰ হাজাৰীবাগ সদৰ থানা অঞ্চলৰ অন্তৰ্গত হাবিবীনগৰত বুধবাৰে সংঘটিত হোৱা এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। মৃতসকলৰ ভিতৰত মহম্মদ…

গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব

আজি উৰুকা। কাইলৈ ভোগালী বিহু। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰাজধানী মহানগৰ গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক উজান বজাৰ মাছৰ বজাৰলৈ…

নিৰ্বাচন আয়ুক্তক অপৰাধমূলক গোচৰৰ পৰা আজীৱন ৰেহাই! কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

গণতন্ত্ৰৰ অন্যতম স্তম্ভ নিৰ্বাচন আয়োগৰ মুৰব্বীসকলক আইনী প্ৰক্ৰিয়াৰ ঊৰ্ধত ৰখাৰ চৰকাৰী প্ৰচেষ্টাই এতিয়া দেশৰ সৰ্বোচ্চ আদালতৰ মজিয়া পাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যকালৰ যিকোনো কামৰ বাবে আজীৱন…

বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ

ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডই এতিয়া দেশৰ সীমা অতিক্ৰমি বিশ্বৰ দৰবাৰত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চাউল উৎপাদনৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰাৰ পাছত এতিয়া ৰপ্তানিৰ বজাৰতো ভাৰতে বিশ্বৰ শীৰ্ষস্থান…

সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক

দক্ষিণ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতাৰ সমীকৰণক লৈ চলি থকা আভ্যন্তৰীণ খামখেয়ালিৰ মাজতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ইংগিত দিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে স্পষ্ট কৰি…

কক্ষচ্যুত উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ! মহাকাশত বিজুতিৰ ফলত ‘লাচিত-১’ৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰ’ৰ

অসমৰ বৈজ্ঞানিক চিন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম পৰিশ্ৰমৰ এক ঐতিহাসিক যাত্ৰাৰ যেন এক মৰ্মান্তিক আৰু অনিশ্চিত পৰিণতি ঘটিল মহাকাশৰ বুকুত। গুৱাহাটীৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নিৰ্মিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো…

জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আৰু এক আবেগিক যন্ত্ৰণাৰ উপশম ঘটাবলৈ চৰকাৰে এতিয়া আইনী প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতা আনিবলৈ তৎপৰ হৈ পৰিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক বিচাৰ অহা…

আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা! উত্তৰ প্ৰদেশৰ হৰদৈত স্বামীৰ বৰ্বৰ কাণ্ড

সুৰক্ষিত বুলি গণ্য কৰা আৰক্ষী থানাৰ চৌহদতে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। হৰদৈ জিলাৰ পালি আৰক্ষী থানাৰ ভিতৰতে…

এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ ১৯ সংখ্যক মৃত্যু তিথিৰ…