Category: Assam

এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ

চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি…

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ…

অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল’ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ…

গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ হোটেলত আৰক্ষীৰ অভিযান ; গ্ৰাহকক বিক্ৰী কৰি থকা অৱস্থাত গো-মাংসসহ এজনক গ্ৰেপ্তাৰ

সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ দাঁতিত থকা বহু হোটেলত দিনে নিশাই নিষিদ্ধ গো- মাংস গ্ৰাহকক বিক্ৰী কৰি অহা আৰু তেনে হোটেলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত…

৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

ডাউন টাউন হাস্পতালে ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ পৰা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ৩৭ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰে। এই উদ্‌যাপনৰ মাজত এটা দুদিনীয়া বৃহৎ স্বাস্থ্য মেলাৰো…

বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন

অগ্নিদগ্ধ ৰোগীৰ নানাধৰণৰ সমস্যাসমূহ, ৰোগীৰ ফলপ্ৰসু চিকিৎসাৰ ফলত হোৱা পৰিবৰ্তন সমূহ আৰু জুয়ে পোৰা আঘাতৰ প্ৰতিৰোধ আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট…

ইতিহাস ৰচনা উত্তৰ-পূৰ্বাঞ্চলতঃ ডিব্ৰুগড়ত প্ৰথম জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ উদ্বোধন

উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰা হ’ল প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ইএলএফ)। নিৰ্বাচনমুখী অসম ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

“নাগৰিক দেৱো ভৱঃ” – এই মূল মন্ত্ৰক বুকুত বান্ধি শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয় কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েই…

বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ অন্ত পৰাৰ পাছত শুকুৰবাৰে দুয়োখন সদনৰে কাৰ্যসূচী অহা ৯ মাৰ্চলৈ স্থগিত ৰাখে অধ্যক্ষই। যোৱা ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনৰ…

ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

“ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!” -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ…