Assam জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি October 28, 2025 Dipshikha জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি। সোমবাৰে আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে আটাইকেইজনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ ন্যায়িক জিম্মা…
Assam মুক্তিৰথ – মায়াবিনী’ বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভণি October 28, 2025 Mohini হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গুৱাহাটী পৌৰ নিগমে শুভাৰম্ভ কৰিলে ‘মুক্তিৰথ – মায়াবিনী’ নামেৰে বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভ। এই সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ফেডাৰেল বেংকৰ পল্টনবজাৰ…
Assam মুক্তিৰ পূৰ্বে ৰাজ্যজুৰি তোলপাৰ লগাইছে ৰৈ ৰৈ বিনালে October 28, 2025 Mohini ৩১ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ । ছবিখন মুক্তিৰ পূৰ্বে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যতে। ছবিগৃহত টিকটৰ অনলাইন বুকিং মুকলি কৰি দিয়াৰ পিছতেই বুক মাই…
Assam মই আগতেই গম পালে জুবিনক ছিংগাপুৰ যাবলৈ নিদিলোহেঁতেন October 28, 2025 Mohini মঙলবাৰে চি আই ডি কাৰ্যালয়ত হাজিৰ হয় বিশিষ্ট ড° ৰীতা চৌধুৰী। বিশিষ্ট সাহিত্যিক গৰাকীৰ সৈতে হোৱা জুবিন গাৰ্গৰ সাক্ষ্যাৎকাৰটো জুবিনৰ অন্তিম সাক্ষ্যৎকাৰ আছিল । য’ত জুবিন গাৰ্গে জীৱনৰ অকথিত কথা…
Assam “নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে” October 28, 2025 Piyali Poddar বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নামৰ পিছত অসম উপাধি লিখি…
Assam এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড October 28, 2025 Piyali Poddar বকোৰ পৰা পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ লগতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনক।এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত…
Assam প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক চি পি আৰ প্ৰশিক্ষণ October 25, 2025 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুচিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত এটা বছৰ ধৰি চলি আছে চাৰিলেনযুক্ত…
Assam জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্রদেশ কংগ্ৰেছৰ মমশিখা সমদল October 25, 2025 Sonakshi Sarkar প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে প্রদেশ কংগ্ৰেছে। কংগ্ৰেছে মহানগৰীত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মমশিখা সমদল কৰি প্রতিবাদ সাব্যস্ত কৰে। জুবিন গাৰ্গক ন্যায়…
Assam চাহ জনগোষ্ঠীক ২.৯০ লাখ বিঘা ভূমি বিতৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ October 24, 2025 Sonakshi Sarkar অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব, য’ত…
Assam News Political ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ October 22, 2025 Dipshikha জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে…