Author: Sonakshi Sarkar

গাৰ্গী দাসলৈ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি

শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ শংকৰদেৱ কলা মহাবিদ্যালয়ৰ ছাত্ৰী গাৰ্গী দাসে ২০২৩-২৪ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ Centre for cultural Resources and Training , New Delhi (CCRT) ৰ দ্বাৰা সত্ৰীয়া নৃত্যত…

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বাংলাদেশ, শ্ৰীলংকা, ভূটানৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব। এনে পৰিস্থিতিত, বিজেপি শপত গ্ৰহণ অনুষ্ঠানটো বিশাল কৰাত ব্যস্ত হৈ পৰিছে। অনুষ্ঠানটোত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, চলচ্চিত্ৰ ব্যক্তিত্ব, উদ্যোগপতি, চুবুৰীয়া দেশৰ…

ওড়িশাত মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে: নবীন পাটনায়ক

ওড়িশাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত শাসনত থকা বিজু জনতা দল (বিজেডি) এ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। য’ত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ইফালে, বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কে পৰাজয়ৰ…

ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি চেঙা বিধান…

২ জুনতে আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এক মোক্ষম আঘাতৰ সন্মুখীন হয়। তেওঁ ২ জুনতে কাৰাগাৰলৈ উভতিব লাগিব, কিয়নো তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে। উচ্চতম ন্যায়ালয়ে তেওঁৰ অন্তৱৰ্তীকালীন…

১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”

আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ” ১৪ জুনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব। ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত জয়দীপ আহলাৱত আৰু শালিনী পাণ্ডেও অভিনয়…

পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি

অসম সত্ৰ মহাসভাই অসমৰ বৰ্ণিল সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে,…

চতুৰ্থবাৰলৈ আই পি এলৰ ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজনৰ ফাইনেল মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ’ব। এই খেলখন দেওবাৰে সন্ধিয়া চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত কেকেআৰে কোৱালিফায়াৰ-১…

বেটাৰী ৰিক্সা পৰিল বাগৰি

নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে | পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী…