Political নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা আছে কংগ্ৰেছত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা October 26, 2024 Sonakshi Sarkar অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণ কৰি কয় যে দলটোত “নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা” আছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য এনে সময়ত কৰে যেতিয়া বৰহীৰ বৰ্তমানৰ কংগ্ৰেছ বিধায়ক উমাশংকৰ আকেলাই…
Latest ধ্যান চান্দ বঁটাৰ স্থান ল’ব অৰ্জুন লাইফটাইম বঁটাই October 25, 2024 Sonakshi Sarkar দেশৰ বিভিন্ন ক্ৰীড়া সন্মানক যুক্তিসঙ্গত কৰাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই বছৰৰ পৰা জীৱনজোৰা কৃতিত্বৰ বাবে ধ্যান চান্দ বঁটা বন্ধ কৰাৰ কথা ঘোষণা কৰে আৰু ইয়াৰ সলনি অৰ্জুন লাইফটাইম বঁটা…
Latest ভাৰত চৰকাৰে মহাকাশ খণ্ডত ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে ব্যয় কৰিব ১,০০০ কোটি টকা October 25, 2024 Sonakshi Sarkar ভাৰত চৰকাৰে মহাকাশ খণ্ডত ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে ১,০০০ কোটি টকা ব্যয় কৰিব। ইয়াক পাঁচটা বিত্তীয় বৰ্ষত ব্যয় কৰিব। ২০২৫-২৬ বৰ্ষত ১৫০ কোটি, ২০২৬-২৭, ২০২৭-২৮ আৰু ২০২৮-২৯ বৰ্ষত ২৫০ কোটিকৈ, ২০২৯-৩০…
Political ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কাজানলৈ ৰাওনা নৰেন্দ্ৰ মোদী October 22, 2024 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কাজানলৈ ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়া এক্সত এই তথ্য দিছে। এইটো ব্ৰিকছৰ ষোড়শ সন্মিলন। তেওঁ ভাৰতৰ বাবে ব্ৰিকছ গুৰুত্বৰ কথাও উল্লেখ…
Sports মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমবাৰলৈ চেম্পিয়ন খিতাপ দখল নিউজিলেণ্ডৰ October 21, 2024 Sonakshi Sarkar অভিজ্ঞ এমেলিয়া কেৰৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত দেওবাৰে ইয়াত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডে প্ৰতিদ্বন্দি দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰে। ‘প্লেয়াৰ অফ দ্য মেচ’…
Sports কাইলৈ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰে মুখামুখি নিউজিলেণ্ডৰ October 19, 2024 Sonakshi Sarkar স্পিনাৰ এডেন কাৰ্চন আৰু এমেলিয়া কেৰৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত শুকুৰবাৰে নিউজিলেণ্ড দলটোৱে কম ৰানৰ খেলখনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। ২০০৯ আৰু ২০১০ চনত এতিয়ালৈকে…
Latest নাগৰিকত্ব আইনৰ ধাৰা ৬ (ক) কি? October 18, 2024 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰৰ পিছত নাগৰিকত্ব আইন ১৯৫৫ ত অন্তৰ্ভুক্ত কৰা ধাৰা ৬(ক) বাহাল ৰাখিছে। ১৯৮৫ চনৰ অসম চুক্তিৰ অধীনত (যিটো তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে সদৌ অসম…
Sports আইচিচিৰ হাফ অফ ফেমত অন্তৰ্ভুক্ত ভাৰতৰ প্ৰাক্তন স্পিনাৰ নীতু ডেভিদ October 17, 2024 Sonakshi Sarkar টেষ্ট ক্ৰিকেটৰ ইনিংছত শ্ৰেষ্ঠ বলিং (৮/৫৩) বল কৰা ভাৰতৰ প্ৰাক্তন স্পিনাৰ নীতু ডেভিদ বুধবাৰে আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ) হাফ অফ ফেমত অন্তৰ্ভুক্ত হোৱা দেশৰ দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।…
Political জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ October 16, 2024 Sonakshi Sarkar জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা হৈছে। এনচিপিৰ সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন…
Latest অসমৰ পাঁচ সমষ্টিত ১৩ নৱেম্বৰত উপ-নিৰ্বাচন October 16, 2024 Sonakshi Sarkar জল্পনা- কল্পনাৰ পৰিল অন্ত। লোকসভা নিৰ্বাচনৰ পিছত খালি হৈ ৰোৱা অসমৰ পাঁচটা বিধানসভা সমষ্টিত কেতিয়ালৈ উপ-নিৰ্বাচন আৰম্ভ হ’ব তাক লৈ চলি আছিল জল্পনা- কল্পনা। মঙলবাৰে সেই জল্পনা- কল্পনাৰ অন্ত পেলালে…