Latest জাৰ্মানীৰ আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানত পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণ বিষয়ক বক্তৃতা October 8, 2024 Sonakshi Sarkar বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ কাৰণে কৰি অহা নিৰলস প্ৰচেষ্টাৰ বাবে উচ্চ প্ৰশংসিত বন্যপ্ৰাণী সংৰক্ষণবিদ তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ জীৱবিজ্ঞানী ড: পূৰ্ণিমা দেবী বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ “উইলহেমা জুলজিকেল…
Sports ৭ অক্টোবৰৰ পৰা মুলতানত পাকিস্তানৰ-ইংলেণ্ডৰ টেষ্ট শৃংখলা October 5, 2024 Sonakshi Sarkar পাকিস্তানৰ দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট মেচৰ শৃংখলা খেলিব। শৃংখলাটোৰ প্ৰথমখন টেষ্ট মেচ ৭ অক্টোবৰৰ পৰা মুলতানত অনুষ্ঠিত হ’ব। এই টেষ্ট শৃংখলাত, সকলোৰে দৃষ্টি প্ৰাক্তন অধিনায়ক বাবৰ আজমৰ ওপৰত থাকিব।…
Latest অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ October 4, 2024 Sonakshi Sarkar অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাজ্য চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ গ্ৰহণ কৰিলে…
Latest অসম চৰকাৰক অৱমাননাৰ জাননী উচ্চতম ন্যায়ালয়ৰ October 1, 2024 Sonakshi Sarkar দেশৰ শীৰ্ষ আদালতে বুলডোজাৰ কাৰ্যৰ গোচৰত অসম চৰকাৰক অৱমাননাৰ জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত অসম চৰকাৰৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে আৰু পৰৱৰ্তী শুনানিলৈকে স্থিতি বজাই ৰাখিবলৈও…
Sports আই পি এলৰ প্ৰতিখন মেচত খেলুৱৈয়ে অতিৰিক্ত ভাৱে লাভ কৰিব ৭.৫ লাখ টকা September 30, 2024 Sonakshi Sarkar ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫-ৰ পূৰ্বে বৃহৎ নিলাম আয়োজনৰ প্ৰস্তুতিৰ সৈতে, বিচিচিআইয়ে শেহতীয়াকৈ এক নীতি ঘোষণা কৰিছে। এতিয়া প্ৰতিটো দলে ৬ জন খেলুৱৈক দলত ধৰি ৰাখিব পৰাৰ এক…
Political জম্মু আৰু কাশ্মীৰৰ কাঠুৱাত নিৰ্বাচনী সভাতে ঢলি পৰিল মল্লিকাৰ্জুন খাৰ্গে September 30, 2024 Sonakshi Sarkar জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থাকোতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঞ্চতে মূৰ্চ্ছা যায়। খাৰ্গে কাঠুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলক শ্ৰদ্ধাঞ্জলি জনাই থকা অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি…
Entertainment ৰজনীকান্তৰ জেইলাৰ লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ আইফা বঁটা September 28, 2024 Sonakshi Sarkar আবু ধাবিৰ য়াছ দ্বীপত এইবাৰ অনুষ্ঠিত হয় আইফা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানটোৰ প্ৰথম দিনা, দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পৰা বলীউড চিনেমালৈকে সকলো তাৰকাই অনুষ্ঠানত উপস্থিত থাকে। বলীউডৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰী…
Latest গুৱাহাটীত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা September 27, 2024 Sonakshi Sarkar গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত, কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়াৰ উদ্যোগত ১৯ আৰু ২৫ ছেপ্টেম্বৰত মাংস ব্যৱসায়ী সকলৰ…
Sports টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ ঘোষণা বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানৰ September 27, 2024 Sonakshi Sarkar বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানে বৃহস্পতিবাৰে তাৎক্ষণিক ভাৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ ঘোষণা কৰে আৰু কয় যে যদি তেওঁৰ ঘৰুৱা পৰিষদে ঘৰুৱা খেলত তেওঁৰ বাবে বিদায়ী খেল আয়োজন নকৰে…
Latest নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত আৰু ছয় মাহলৈ বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ September 26, 2024 Sonakshi Sarkar নাগালেণ্ডৰ আঠখন জিলা, অৰুণাচল প্ৰদেশৰ তিনিখন আৰু আন কেইটামান অঞ্চলত আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফ্চা) আৰু ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। তাত সশস্ত্ৰ বাহিনীৰ…