Latest গুৱাহাটীত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা September 27, 2024 Sonakshi Sarkar গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত, কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়াৰ উদ্যোগত ১৯ আৰু ২৫ ছেপ্টেম্বৰত মাংস ব্যৱসায়ী সকলৰ…
Sports টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ ঘোষণা বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানৰ September 27, 2024 Sonakshi Sarkar বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানে বৃহস্পতিবাৰে তাৎক্ষণিক ভাৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ ঘোষণা কৰে আৰু কয় যে যদি তেওঁৰ ঘৰুৱা পৰিষদে ঘৰুৱা খেলত তেওঁৰ বাবে বিদায়ী খেল আয়োজন নকৰে…
Latest নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত আৰু ছয় মাহলৈ বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ September 26, 2024 Sonakshi Sarkar নাগালেণ্ডৰ আঠখন জিলা, অৰুণাচল প্ৰদেশৰ তিনিখন আৰু আন কেইটামান অঞ্চলত আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফ্চা) আৰু ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। তাত সশস্ত্ৰ বাহিনীৰ…
Political বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া মন্তব্যক লৈ বাংলাদেশৰ ক্ষোভ September 24, 2024 Sonakshi Sarkar ঝাৰখণ্ডত বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া মন্তব্যক লৈ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে তীব্ৰ আপত্তি জনাইছে।বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৩ ছেপ্টেম্বৰৰ নিশা এক বিবৃতি জাৰি কৰি কয়, বাংলাদেশৰ নাগৰিক সন্দৰ্ভত ঝাৰখণ্ডত…
Sports অনুৰ্ধ-২০ মহিলা ফুটবল বিশ্বকাপৰ চেম্পি়য়ন উত্তৰ কোৰিয়া September 24, 2024 Sonakshi Sarkar অনুৰ্ধ-২০ মহিলা ফুটবল বিশ্বকাপৰ ফাইনেলত উত্তৰ কোৰিয়াই জাপানক ১-০ গ’লত পৰাস্ত কৰে। তেওঁলোকে বোগোটাত অনুষ্ঠিত খেলখনত জাপানক পৰাস্ত কৰে। ইয়াৰ সৈতে, উত্তৰ কোৰিয়া দলটো জাৰ্মানী আৰু আমেৰিকাৰ সৈতে বিশ্বকাপৰ আটাইতকৈ…
Sports আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত জয়ৰে সন্মান ৰক্ষা কৰিলে দক্ষিণ আফ্ৰিকাই September 23, 2024 Sonakshi Sarkar দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলে আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত জয়লাভ কৰি তেওঁলোকৰ সন্মান ৰক্ষা কৰে। যদি দক্ষিণ আফ্ৰিকা তৃতীয় এদিনীয়াত পৰাজিত হ’লহেঁতেন, তেন্তে তেওঁলোকে আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৩-০ ত ক্লিন…
Latest প্ৰচণ্ড গৰমৰ ফলত ৰাজ্যত এমাহত ৪০০ মেগাৱাটলৈ অতিৰিক্ত বিদ্যুতৰ চাহিদা বৃদ্ধি September 23, 2024 Sonakshi Sarkar ৰাজ্যত বিদ্যুতৰ চাহিদা আগষ্টৰ পৰা ছেপ্টেম্বৰলৈ মাত্ৰ এমাহত ৪০০ মেগাৱাট বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমৰ বাবে বিদ্যুতৰ চাহিদা ৰাজ্যত বৃদ্ধি পাইছে। ২২ আগষ্ট তাৰিখে, বিদ্যুতৰ চাহিদা আছিল ২৪০০ মেগাৱাট। অৱশ্যে, ২০…
Latest প্ৰথমবাৰলৈ ছবিগৃহত মুক্তি পাব “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা” September 20, 2024 Sonakshi Sarkar ১৯৯৯ চনৰ জাপানী-ভাৰতীয় এনিমেছন চলচ্চিত্ৰ “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা” ভাৰতত প্ৰথমবাৰৰ বাবে ছবিগৃহত মুক্তি পাব।এই শতিকাৰ আৰম্ভণিতে টিভি চেনেলসমূহত পুনৰ প্ৰদৰ্শিত হোৱাৰ সময়ত ই ভাৰতীয় দৰ্শকৰ মাজত জনপ্ৰিয়…
Sports ৰিকি পন্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি পঞ্জাৱ কিংছৰ September 19, 2024 Sonakshi Sarkar পঞ্জাৱ কিংছে আই পি এল ২০২৫ ৰ ঠিক পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। দলটোৱে ৰিকি পন্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। পন্টিং আগতে দিল্লী কেপিটেলছৰ সৈতে আছিল। তেওঁ শেহতীয়াকৈ পদৰ…
Latest মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ৰাজ্যসমূহলৈ ১২,৫৫৪ কোটি টকা মঞ্জুৰ September 19, 2024 Sonakshi Sarkar কেন্দ্ৰই বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে চলিত বছৰৰ এতিয়ালৈকে বিভিন্ন ৰাজ্যক ১২,৫৫৪ কোটি টকা মঞ্জুৰ কৰিছে। অগ্নি নিৰ্বাপক সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ আঁচনিৰ অধীনত পাঁচখন ৰাজ্যক…