Author: Sonakshi Sarkar

খোৱা খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি ৬.২১ শতাংশলৈ বৃদ্ধি

খোৱা খাদ্যৰ মূল্য দ্ৰুত হাৰত বৃদ্ধিৰ বাবে খুচুৰা মুদ্ৰাস্ফীতি অক্টোবৰত ৬ শতাংশৰ পৰা ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ ২০২৪-ত, খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৪৯ শতাংশ। অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ভাৰতীয়…

মণিপুৰলৈ ২০ টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী প্ৰেৰণ

পাহাৰীয়া ৰাজ্য মণিপুৰত পুনৰ আইন-শৃংখলাজনিত সমস্যা দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ২০ টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে। য’ত আছে প্ৰায় ২,০০০ জোৱান। সূত্ৰই কয় যে…

এবছৰৰ পিছত পেছাদাৰী মেচ খেলিবলৈ সাজু মহম্মদ ছামী

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। দলটোৰ দ্ৰুত বলাৰ মহম্মদ ছামী ফিট হৈ উঠিছে আৰু তেওঁ খেলপথাৰলৈ উভতি আহিবলৈ সাজু হৈছে। প্ৰায় এবছৰৰ পিছত, তেওঁক…

ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক  বিতাড়িত কৰা হ’ব: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে যদি ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ এখন সমিতি গঠন কৰা হ’ব। লগতে তেওঁলোকে দখল কৰা ভূমি উভতাই…

দেশৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সঞ্জীৱ খান্নাৰ

ন্যায়াধীশ সঞ্জীৱ খান্নাই ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি…

চেম্পিয়নছ ট্ৰফীৰ স্থানক লৈ বিচিচিআই- পিচিবিৰ মাজত বিবাদ

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে শুকুৰবাৰে স্পষ্টভাৱে এই কথাৰ অস্বীকাৰ কৰি কয় যে তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (বিচিচিআই) পৰা কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰিছে যে তেওঁলোকৰ ৰাষ্ট্ৰীয় দলে…

২০২৪ৰ ৯ মাহত প্ৰাকৃতিক দুৰ্যোগত ৩,২৩৮জন লোকৰ মৃত্যু

২০২৪ চনৰ প্ৰথম ন মাহত ভাৰতে ৯৩ শতাংশ দিনত অৰ্থাৎ ২৭৪ দিনৰ ভিতৰত ২৫৫ দিনত গ্ৰীষ্ম আৰু শীত, বতাহ, ঘূৰ্ণীবতাহ, বজ্ৰপাত, ধাৰাসাৰ বৰষুণ, বান পানী আৰু ভূমিস্খলনৰ সন্মুখীন হয়। এই…

অহা ১৬ বছৰত ২০০ কোটিৰো অধিক নগৰৰ লোকে সন্মুখীন হ’ব বৰ্ধিত তাপমাত্ৰাৰ

জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৪০ চনৰ ভিতৰত ২০০ কোটিতকৈও অধিক নগৰীয়া লোক অতিৰিক্ত ০.৫ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘৰ ইউএন-হেবিটেটৰ নতুন প্ৰতিবেদনত এই সম্ভাৱনা প্ৰকাশ…

উচ্চতম ন্যায়ালয়ৰ নতুন বিচাৰপীঠে শুনানী গ্ৰহণ কৰিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গোচৰ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু স্থিতি সম্পৰ্কীয় বিষয়টো এখন নতুন বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৬৭ চনৰ ৰায়টো খাৰিজ কৰে, য’ত কোৱা হৈছিল যে বিশ্ববিদ্যালয়খনক সংখ্যালঘু প্ৰতিষ্ঠান…

অস্কাৰ ২০২৫-ৰ চুটি ছবিৰ বাবে নিৰ্বাচিত চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো”

ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এফটিআইআই) শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা এখন চুটি ছবি ” চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো”, অস্কাৰ ২০২৫-ৰ বাবে লাইভ একচন শ্বৰ্ট ফিল্ম শ্ৰেণীত নিৰ্বাচিত…