Author: Sonakshi Sarkar

কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ

ৰাজ্য চৰকাৰে সলনি কৰিলে কৰিমগঞ্জ জিলাৰ নাম। কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিন্ধান্ত লোৱাৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই…

আমেৰিকাত অধ্যয়নৰত বিদেশী ছাত্ৰৰ শীৰ্ষত ভাৰত

ভাৰত যোৱা ১৫ বছৰত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সৰ্ববৃহৎ প্ৰেৰণ কৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুকলি কৰা ‘ অপেন ডৰছ ৰিপ’ৰ্ট-২০২৪’ অনুসৰি, ৩.৩ লাখতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীয়ে বৰ্তমান…

১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব কংগনা ৰাণাৱটৰ ‘ইমাৰজেন্সি’

অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱটে সোমবাৰে ঘোষণা কৰে যে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘ইমাৰজেন্সি’ ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। অভিনেত্ৰী-চলচ্চিত্ৰ নিৰ্মাতাই এমাহ আগতে কৈছিল যে ছবিখনে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ…

দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ ৰাজধানী দিল্লী

দিল্লীত বায়ু প্ৰদূষণ নিৰন্তৰ ভাৱে বৃদ্ধি পাই আছে। দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড সূচক (একিউআই) আছিল ৪৪১। ইয়াৰ ফলত দিল্লী দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয়…

ভাৰতৰ পৰা শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ বিচাৰিব বাংলাদেশে

বাংলাদেশৰ কাৰ্যকৰী প্ৰধান তথা নবেল বঁটা বিজয়ী মুহাম্মাদ ইউনুছে দেওবাৰে দেশবাসীক সম্বোধন কৰি কয় যে তেওঁৰ চৰকাৰে ভাৰতৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ বিচাৰিব। শ্বেখ হাছিনাই আগষ্টত ব্যাপক প্ৰতিবাদৰ…

আইপিএলত ২ কোটি টকাৰ শীৰ্ষ আধাৰ মূল্যত থাকিব ৫৭৪ জন খেলুৱৈ

২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামত ২ কোটি টকাৰ শীৰ্ষ আধাৰ মূল্যৰ ৫৭৪ জন খেলুৱৈৰ ভিতৰত উইকেটকিপাৰ বেটছমেন ঋষভ পণ্ট, শ্ৰেয়াছ আয়াৰ, কে…

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা টিম চাউথীৰ

নিউজিলেণ্ডৰ দ্ৰুত বলাৰ টিম চাউথীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ ঘৰুৱা টেষ্ট শৃংখলাৰ পিছত তেওঁ তেওঁৰ টেষ্ট কেৰিয়াৰ সমাপ্ত কৰিব।…

মেঘালয়ৰ বিদ্ৰোহী গোট এইচএনএলচিক নিষিদ্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে মেঘালয়স্থিত বিদ্ৰোহী গোট হাইনিভট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলক (এইচএনএলচি) হিংসাত লিপ্ত হোৱা আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বিপৰীতে কাৰ্যকলাপ চলোৱাৰ বাবে পাঁচ বছৰৰ বাবে নিষিদ্ধ সংগঠন হিচাপে ঘোষণা…

ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ক্ৰিকেট খেলাটো বন্ধ কৰিব লাগে: ৰছিদ লতিফ

প্ৰাক্তন উইকেটকিপাৰ বেটছমেন ৰছিদ লতিফে কয় যে যদি তেওঁৰ অধিকাৰ থাকে, তেন্তে তেওঁ পাকিস্তানক কোনো প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিলেহেঁতেন আৰু পৰামৰ্শ দিছে যে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) দুয়োখন দেশক…

২০২৪ৰ ১০ মাহত গুৱাহাটীত ১৬০ টা দলীয় ডকাইতি, ১,৭৪২ টা চুৰিৰ ঘটনা

ৰাজধানী গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। স্মার্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা। মহানগৰীত চলিত বৰ্ষত যোৱা ১০ মাহত…