Author: Sonakshi Sarkar

সীমিত সংখ্যক বনকৰ্মীয়ে পহৰা দি আহিছে ৰাণী বনাঞ্চল

আজাৰা, ২১ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ ঐতিহাসিক দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়া হৈ প্রায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬৬২৪ হেক্টৰ মাটিকালিৰে পৰিৱেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন…

ৰাণী বন বিষয়া কাৰ্যালয়ৰ অভিযানত জব্দ বহু মূল্যবান চোৰাং কাঠ

২১জানুৱাৰী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰূদ্ধে অভিযান চলাই আহিলেও একাংশ চতুৰ সৰবৰাহকাৰীয়ে মাজে সময়ে নতুন নতুন…

বিবাহত বহিল নীৰজ চোপ্ৰা

ভাৰতৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই হিমানী ম’ৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে। ২৭ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মই মোৰ পৰিয়ালৰ…

২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি

বিশ্বব্যাপী বিলিয়নেয়াৰৰ সম্পত্তি ২০২৪ চনত ২০০০ আমেৰিকান ডলাৰ বৃদ্ধিৰে ১৫,০০০ আমেৰিকান ডলাৰ হৈছে, যি ২০২৩ চনৰ তুলনাত তিনিগুণ অধিক। এই কথা ‘অক্সফাম ইণ্টাৰনেচনেল’ৰ দ্বাৰা বিশ্বব্যাপী বৈষম্যৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।…

ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী মেলা

পশ্চিম গুৱাহাটীৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ভোগালী বিহুৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰাক ভোগালী মেলা। ছাত্র-ছাত্রীৰ লগতে শিক্ষক -শিক্ষয়ত্ৰীৰ…

খো-খো বিশ্বকাপৰ বাবে সাজু ৰাজধানী দিল্লী

দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খো-খো বিশ্বকাপৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইফালে খো-খো বিশ্বকাপৰ সময়সূচীও ঘোষণা কৰা হৈছে। এই বিশাল অনুষ্ঠানটো ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ অনুষ্ঠিত…

ছিকিম, গোৱাৰ পিছত দিল্লীৰ জনমূৰি আয় সৰ্বাধিক

২০২৩-২৪ বিত্তীয় বৰ্ষত দিল্লীৰ জনমূৰি আয় আছিল ৪,৬১,৯১০ টকা। এই ক্ষেত্ৰত, গোৱা আৰু ছিকিমৰ পিছত দেশৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী তৃতীয় স্থানত আছে। এই তথ্য শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। তথ্য অনুসৰি,…

৮৫ স্থানলৈ অৱনমিত ভাৰতৰ পাছপোৰ্ট ৰেংকিং সূচক

বিশ্বব্যাপী পাছপোৰ্ট সূচকত ভাৰতৰ ৰেংকিং এই বছৰ পাঁচটা স্থান অৱনমিত হৈ ৮৫ স্থানত উপনীত হৈছে, আনহাতে ছিংগাপুৰ একেৰাহে দ্বিতীয় বছৰৰ বাবে শীৰ্ষস্থানত আছে। তেওঁলোকৰ ৱেবছাইট অনুসৰি, সূচকটোত ১৯৯ খন বিভিন্ন…

১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা ,গুৱাহাটীৰ

সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ অসম…

বাক্সা বন সংমণ্ডলৰ দ্বিতীয়টো বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

বি টি চিৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলৰ কুমাৰীকাটা ৰেঞ্জৰ অধীনস্থ আৰু ভূটান হিমালয়ৰ পাদদেশত অৱস্থিত দৰঙা সংৰক্ষিত বনাঞ্চলত সোমবাৰে প্ৰায় ৩০ বছৰীয়া এজনী মাইকী হাতীৰ দেহত ৰেডিঅ কলাৰ সংস্থাপিত কৰা…