Sports আইচিচি টেষ্ট ৰেংকিংৰ তৃতীয় স্থানত ভাৰত January 7, 2025 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই ১-৩ত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে, ভাৰতীয় দলটো শেহতীয়া আইচিচি টেষ্ট দল ৰেংকিংত তৃতীয় স্থানলৈ অৱনমিত…
Latest বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিযুক্তি নিদিবলৈ উদ্যোগপতিসকলক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ January 7, 2025 Sonakshi Sarkar অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্যোগপতিসকলক তেঁওলোকৰ উদ্যোগখণ্ডত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিযুক্তি নিদিবলৈ আহ্বান জনায়। টাটা, আদানি গ্ৰুপ আৰু মহিন্দ্ৰাকে ধৰি কেইবাটাও কৰ্পোৰেট হাউচক সাক্ষাৎ কৰাৰ পিছত তেওঁ মুম্বাইত…
Latest লেখক চফিউৰ ৰহমান শইকীয়াৰ তিনিখন ভিন্ন বিষয়ক গ্রন্থ উন্মোচন January 6, 2025 Sonakshi Sarkar বিশিষ্ট সাহিত্যিক চফিউৰ ৰহমান শইকীয়াৰ তিনিখন গ্রন্থ অলপতে উন্মোচন হয়। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত উপায়ুক্ত তবিউল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাত পাৰা প্রকাশনৰ দ্বাৰা প্রকাশিত গ্রন্থ ‘কোৰানৰ গল্প’ উন্মোচন…
Latest গুৱাহাটী অসম গ্ৰন্থমেলাত ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী January 6, 2025 Sonakshi Sarkar গুৱাহাটী অসম গ্ৰন্থমেলাৰ দশম দিনা অৰ্থাৎ নতুন বছৰৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশত উছৱমুখৰ হয় খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷…
Latest শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা January 4, 2025 Sonakshi Sarkar বিভিন্ন কাৰকৰ প্ৰভাৱত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা প্ৰকৃতিৰ জামাদাৰ শগুণৰ সংৰক্ষণৰ অৰ্থে স্থানীয় পৰ্যায়ত নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা সমাজৰ সদস্যসকলৰ কাৰ্যক উদগনি যোগোৱা আৰু প্ৰশংসা কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ…
Political নতুন বছৰ কৃষকৰ বাবে হ’ব উৎসৰ্গিত: নৰেন্দ্ৰ মোদী January 2, 2025 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে শস্য বীমা আঁচনিৰ বাবে আৱণ্টন বৃদ্ধি কৰাকে ধৰি কেন্দ্ৰীয় কেবিনেটে লোৱা আন কিছুমান সিদ্ধান্তৰ কথা উল্লেখ কৰি কয় যে নতুন বছৰত চৰকাৰৰ প্ৰথম সিদ্ধান্ত কৃষকসকলৰ বাবে…
Latest শীঘ্ৰে ৰাজ্যত হ্রাস পাব বিদ্যুতৰ মাচুল: মুখ্যমন্ত্ৰী January 2, 2025 Sonakshi Sarkar বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে সৈতে বাৰ্তালাপ কৰে। য’ত তেওঁৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ বছৰৰ প্ৰথম দিনটোত ৰাজ্যবাসীলৈ এক সু-খবৰ…
Sports আইচিচিৰ বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত যশপ্ৰীত বুমৰাহ December 31, 2024 Sonakshi Sarkar ভাৰতৰ শীৰ্ষ পেচাৰ যশপ্ৰীত বুমৰাহক সোমবাৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত কৰা হয়, আনহাতে তেওঁ টেষ্ট ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটাৰ দৌৰটো আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে…
Latest পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ শতাধিক মহিলাক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ December 31, 2024 Sonakshi Sarkar মানৱ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ অৰ্থে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে চলিত মাহত আয়োজন কৰা এলানি প্ৰশিক্ষণ কাৰ্যসূচীত পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভৱিত বিভিন্ন…
Sports নীতিশ কুমাৰ ৰেড্ডীৰ শতকৰ সহায়ত মেলবৰ্ণ টেষ্টত ভাৰতৰ ৩৫৮ ৰান December 28, 2024 Sonakshi Sarkar মেলবৰ্ণত অনুষ্ঠিত হোৱা চতুৰ্থ টেষ্টৰ তৃতীয় দিনা নীতিশ কুমাৰ ৰেড্ডীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। নীতিশে বক্সিং ডে টেষ্টখন ঐতিহাসিক শতকেৰে খেলখন ভাৰতৰ দখলত ৰাখিবলৈ সক্ষম হয়। তৃতীয় দিনাৰ খেলৰ শেষলৈ…