Author: Sonakshi Sarkar

আইচিচি টি-২০ বেটছমেন ৰেংকিঙৰ দ্বিতীয়ত তিলক বৰ্মা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰকাশ কৰা পুৰুষৰ টি-২০ ৰেংকিঙত বেটছমেনৰ তালিকাত ভাৰতৰ প্ৰতিভাশালী বেটছমেন তিলক বৰ্মাই দ্বিতীয় স্থানত উপনীত হৈছে, আনহাতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ২৫ টা স্থান আগুৱাই বলাৰৰ তালিকাৰ…

৩১ জানুৱাৰীৰ পৰা পাঠশালাত পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অধিবেশন

৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া বৃহৎ কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ অধিবেশন। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মঙলবাৰে অসম…

মাইক্ৰছফ্টে ক্ৰয় কৰিব টিক টক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইংগিত দিছে যে প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছফ্টে টিক টকৰ আমেৰিকাৰ ব্যৱসায় ক্ৰয় কৰিব পাৰে। ট্ৰাম্পে কৈছে যে তেওঁ টিক টক ক্ৰয় কৰিবলৈ নিবিদাৰ প্ৰতিযোগিতা চাবলৈ অধিক…

পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোবৰ যাত্ৰা

ভাৰত আৰু চীনে সম্পৰ্ক পুনৰ শক্তিশালী কৰি গ্ৰীষ্মকালত কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। ইয়াৰ লগতে পোনপটীয়া বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ নীতিগতভাৱে দুয়োখন দেশ সন্মত হৈছে। বৈদেশিক…

২৮ জানুৱাৰীত ৰাজকোটত ভাৰত-ইংলেণ্ডৰ তৃতীয় টি-২০

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৰাজকোটত কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ খেল খেলিব। ভাৰতীয় দলটোৱে ইয়াৰ বাবে দেওবাৰে নিশা পলমকৈ ৰাজকোটত উপস্থিত হয়, য’ত অনুৰাগীসকলে তেওঁলোকক উষ্ম আদৰণি জনায়। শনিবাৰে…

ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব: মুখ্যমন্ত্ৰী

পৰম্পৰা ভংগ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। আনহাতে, ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ…

ভাৰতত ভোটাৰৰ সংখ্যা ৯৯.১ কোটিলৈ বৃদ্ধি

ভাৰতত এতিয়া ভোটাৰৰ সংখ্যা ৯৯.১ কোটি লৈ বৃদ্ধি পাইছে। যি যোৱা বছৰ লোকসভা নিৰ্বাচনৰ সময়ত ৯৬.৮৮ কোটি আছিল। নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ পূৰ্বে জাৰি কৰা এক…

প্ৰথমবাৰলৈ গণৰাজ্য দিৱসত দেখা যাব তিনি সেনাৰ যৌথ পেৰেড

প্ৰথমবাৰৰ বাবে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ কৰ্তব্য পথৰ পেৰেডত দেখা যাব দেশৰ তিনি সেনাৰ যৌথ পেৰেড। ইয়াৰ উদ্দেশ্য হৈছে সশস্ত্ৰ বাহিনীৰ মাজত যৌথতাৰ বৃহত্তৰ মনোভাৱ প্ৰতিফলিত কৰা। একে সময়তে, কেন্দ্ৰীয়…

পুনৰ ছবিগৃহত মুক্তি পাব সঞ্জয় লীলা ভাঞ্চালীৰ ‘পদ্মাৱত’

চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৮ চনৰ ছবি ‘পদ্মাৱত’ আকৌ এবাৰ ছবিগৃহত মুক্তি পাব। বুধবাৰে এই ঘোষণা কৰা হৈছে। ছবিখনত দীপিকা পাডুকন, ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰে মুখ্য চৰিত্ৰত অভিনয়…

অৰ্ধপৰিবাহী প্ৰকল্পবোৰে ২৫,০০০ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব: বিত্ত মন্ত্ৰালয়

অহা মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধপৰিবাহী কাৰ্যসূচীৰ অধীনত সৃষ্টি কৰা বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ আৰু ইলেক্ট্ৰনিক্স সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ…