Author: Sonakshi Sarkar

অস্কাৰলৈ মনোনীত ছবিয়ে প্ৰকাশ কৰিব লাগিব এ আইৰ বিৱৰণ

চলচ্চিত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু যিসকল চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি অস্কাৰৰ বাবে মনোনীত হৈছে, তেওঁলোকে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব। যোৱা কেইদিনমানত অস্কাৰ মনোনীত ছবি…

দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বিনিয়োগকাৰী সন্মিলনৰ প্ৰচাৰৰ বাবে সোমবাৰে ছিংগাপুৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যাত্ৰা আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত কয়- মই দুদিনৰ…

দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ৬৭ জন প্ৰাৰ্থীৰ আমানত ধন জব্দ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ নেতৃত্বত ১৫ বছৰ শাসনত থকাৰ পিছত কংগ্ৰেছ দলটোক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল আৰু এই বিধানসভা নিৰ্বাচনত ৭০ খন আসনৰ ভিতৰত মাত্ৰ তিনিখন আসনত নিজৰ…

উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত থকা আই চি এফ এ আই বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ যৌথ উদ্যোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত…

৬ ফেব্ৰুৱাৰীত ভাৰত-ইংলেণ্ডৰ প্ৰথম এদিনীয়া

কাইলৈ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা। ইয়াত আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে কিছু শীৰ্ষ…

ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব পাৰে ৰিয়ান পৰাগ

২৩ বছৰীয়া ৰিয়ান পৰাগৰ বাবে যোৱা বছৰটো যথেষ্ট লক্ষণীয় আছিল, কিয়নো তেওঁ দীৰ্ঘদিনৰ পিছত আই পি এলত সুন্দৰ বেটিং প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত, তেওঁক টীম ইণ্ডিয়াৰ হৈ টি-২০…

৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক অধিবেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক অধিবেশন যোৰহাট জিলাৰ ম’হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰস্তুতি…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা দিমুথ কৰুণাৰত্নৰ

যোৱা ডেৰ দশক ধৰি শ্ৰীলংকাৰ ক্ৰিকেট দলত সেৱা আগবঢ়োৱা দিমুথ কৰুণাৰত্নই অৱসৰ ঘোষণা কৰিছে। তেওঁ গালে ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ পিছত অৱসৰ ল’ব। কৰুণাৰত্নই নিজকে এজন অপেনিং বেটছমেন…

দুসপ্তাহৰ ভিতৰত অসমৰ ডিটেনচন চেণ্টাৰত বন্দী হৈ থকা ৬৩ জনক বিতাড়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসম চৰকাৰক বিদেশী ঘোষণা কৰা লোকসকলক বিতাড়ন কৰাৰ পৰিৱৰ্তে অনিৰ্দিষ্ট কালৰ বাবে ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ সমালোচনা কৰে আৰু কয় যে আপোনালোকে কিবা মুহুৰ্তৰ বাবে অপেক্ষা…

চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নাথাকিব বাসস্থানৰ আধাৰত সংৰক্ষণৰ সুবিধা

উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ ওপৰত এটা ডাঙৰ ৰায়দান দিয়ে। দেশৰ উচ্চতম ন্যায়ালয়ে তেঁওলোকৰ ৰায়দানত কয় যে চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ (পিজি) পাঠ্যক্ৰমত বাসস্থানৰ আধাৰত সংৰক্ষণৰ…