Author: Sonakshi Sarkar

মুস্তাফিজুৰ ৰহমান আইপিএলত অনুপস্থিত! কে কে আৰক বিসিচিআইৰ বিশেষ নিৰ্দেশ

দুটি চুবুৰীয়া দেশৰ মাজত বৃদ্ধি পোৱা কূটনৈতিক তিক্ততাৰ প্ৰতিফলন ক্ৰীড়া জগততো স্পষ্টভাবে উপলব্ধ হৈছে। বিশেষকৈ, ২০২৬ চনৰ আই পি এলৰ পূৰ্বে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচি চি আই) কলকাতা নাইট…

নক্সালসংঘৰ সৈতে সংঘৰ্ষত ১২ জন নিহত! ছত্তীশগড়ৰ বনাঞ্চলত চলিছে তীব্ৰ গুলীয়াগুলি

ছত্তীশগড়ৰ দণ্ডকাৰণ্যৰ গভীৰ বনাঞ্চলত ১২ জনতকৈ অধিক নক্সালপন্থী নিহত হোৱা নতুন সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। শনিবাৰৰ পুৱা পৰা চলা এই নক্সাল বিৰোধী অভিযানত আৰক্ষীৰ তথ্য অনুসাৰে, চুকমা জিলাৰ বনাঞ্চলত ১০ জন…

ভাৰতবিৰোধী শক্তিৰ সৈতে ৰাহুল গান্ধীৰ গোপন মিতিৰালি! আমেৰিকাৰ মেয়ৰৰ পত্ৰক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ

বিদেশৰ মাটিত দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা শক্তিসমূহৰ সৈতে ভাৰতৰ মুখ্য বিৰোধী দলৰ নেতাৰ সম্পৰ্কক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। নিউয়ৰ্কৰ নৱনিযুক্ত মেয়ৰ জোহৰান মমদানীয়ে কাৰাগাৰত বন্দী…

বিদেশৰ মাটিত মৰ্মান্তিক পৰিণতি! অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ এপাৰ্টমেণ্টৰ পৰা জঁপিয়াই মৃত্যু ভাৰতীয় ছাত্ৰৰ

বিদেশৰ মাটিত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল উচ্চ শিক্ষা আৰু এটি সুন্দৰ ভৱিষ্যতৰ সপোন বুকুত বান্ধি সাত সাগৰ তেৰ নদীৰ পাৰলৈ যোৱা এজন মেধাৱী ভাৰতীয় ছাত্ৰই। জাৰ্মানীত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ…

১০ বছৰীয়া প্ৰাৰ্থনাই প্ৰদান কৰা শিশুটিকো কাঢ়ি নিলে দূষিত পানীয়ে! চৰকাৰী ক্ষতিপূৰণ প্ৰত্যাখ্যান শোকস্তব্ধ পৰিয়ালৰ

অলেখ প্ৰাৰ্থনা আৰু চিকিৎসা বিজ্ঞানৰ সহায়ত সুদীৰ্ঘ ১০ বছৰীয়া প্ৰতীক্ষাৰ অন্তত জন্ম পাইছিল দেৱশিশুটিয়ে। চাহু পৰিয়ালৰ আলাসৰ লাড়ু হৈ জন্মগ্ৰহণ কৰা শিশুটিৰ নাম ৰখা হৈছিল আভিয়ান। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সহ্য…

সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত…

আৰ এছ এছ কোনো অৰ্ধসামৰিক বাহিনী নহয়! সংঘক লৈ চলা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ মোহন ভাগৱত

ভাৰতবৰ্ষৰ সামাজিক আৰু সাংস্কৃতিক প্রেক্ষাপটত এক সুকীয়া স্থান দখল কৰি অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক লৈ একাংশ মহলে চলাই থকা ধাৰণাৰ বিপৰীতে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ আগবঢ়াইছে সৰ্বোচ্চ নেতৃত্বই। সংঘৰ পোছাক, কুচকাৱাজ…

সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত…

ছাত্ৰীৰ মৃত্যুৰ পিছতেই বিস্ফোৰণ: অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ দাখিল

হিমাচল প্ৰদেশৰ ধৰমশালাত ১৯ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনাই সন্দেহজনক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিয়ে উলিয়াইছে যে শিক্ষাৰ ক্ষেত্ৰত নিৰাপত্তাৰ অভাব আছে। এই ছাত্ৰীগৰাকীৰ মৃত্যু ২৬ ডিচেম্বৰত লুধিয়ানাৰ চিকিৎসালয়ত চিকিৎসাধীন…

শ্বাহৰুখ খানৰ জিভা কাটিলে দিব ১ লাখ টকাৰ পুৰস্কাৰ! হিন্দু মহাসভাৰ নেত্ৰীৰ বিতৰ্কিত মন্তব্য

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে বাংলাদেশৰ ক্ৰিকেটাৰ ক্ৰয় কৰাক কেন্দ্ৰ কৰি বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। বিজেপিৰ প্ৰাক্তন বিধায়ক সংগীত সোমে অভিনেতাগৰাকীক ‘দেশদ্ৰোহী’ আখ্যা দিয়াৰ…