Author: Paromita

চাৰিওখন সদনৰ সদস্য হোৱাৰ বিৰল কৃতিত্ব; বিধান পৰিষদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ নীতিশ কুমাৰ

বিহাৰৰ সংসদীয় ৰাজনীতিত এক দীঘলীয়া অধ্যায়ৰ সামৰণি মাৰি সোমবাৰে ৰাজ্যিক বিধান পৰিষদৰ পৰা পদত্যাগ কৰিলে মুখ্যমন্ত্রী নীতিশ কুমাৰে। চলিত মাহৰ ১৬ মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত সাংবিধানিক বাধ্যবাধকতাৰ বাবে জে…

আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা; ৯৫ৰ সীমা অতিক্ৰম টকাৰ মূল্যৰ

ইতিহাসৰ সৰ্বনিম্ন স্তৰত এতিয়া উপনীত হ’ল ভাৰতীয় মুদ্ৰা। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ধাৰাবাহিক পতনে সোমবাৰে স্পৰ্শ কৰিলে ৯৫ৰ ঘৰ। খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু বিশ্ব ৰাজনীতিৰ উত্তেজনাৰ বাবে ডলাৰ…

কংগ্ৰেছৰ নিশ্চিত পৰাজয়ৰ অজুহাত বিচাৰিবলৈহে ৰণক্ষেত্ৰত নমোৱা হৈছে খাৰ্গেকঃ মুখ্যমন্ত্ৰীৰ দাবী

নিৰ্বাচিত পৰাজয়ৰ বাবে এক নতুন অজুহাত এতিয়া বিচাৰি ফুৰিছে কংগ্ৰেছে। দেওবাৰে ডিফু ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলে ইতিমধ্যে নিজৰ বিপৰ্যয়ৰ…

বিজনীত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী হুংকাৰ; বিটিআৰৰ ১৫ খন আসনেই দখল কৰিব এনডিএ-ই

অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিকূল বতৰকো নেওচি চিৰাং জিলাৰ বিজনী সমষ্টিত এক বিশাল নিৰ্বাচনী জনসভাত অংশ ল’লে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিজনীৰ বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থনত আয়োজিত…

কোকৰাঝাৰত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ‘ড্ৰাই ডে’ ঘোষণা; সুৰা বিক্ৰী আৰু মজুতকৰণত কঠোৰ নিষেধাজ্ঞা

অসমত নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ। অনাগত নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলাখনত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে। জিলা দণ্ডাধীশ…

কেবিচি বিজয়ী তহচিলদাৰ কাৰাগাৰলৈ; ২.৫ কোটি টকীয়া বান সাহাৰ্যৰ কেলেংকাৰীত গ্ৰেপ্তাৰ

২.৫ কোটি টকীয়া বান সাহাৰ্যৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কেবিচি বিজয়ী তহচিলদাৰ অমিতা সিং টোমৰ। মধ্যপ্ৰদেশৰ বড়োদা তহচিলত ২০২১ চনত সংঘটিত হোৱা এই ভয়ংকৰ বিত্তীয় অনিয়মৰ বাবে বৃহস্পতিবাৰে…

শিলচৰত আন্তঃৰাজ্যিক মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত; নাইজেৰিয়ানসহ আটক ৪

কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত শিলচৰত পোহৰলৈ আহিছে এক ভয়ংকৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ তথ্য। আছাম ৰাইফলছৰ বিশেষ সূত্ৰৰ ভিত্তিত ২৫ মাৰ্চত চলোৱা এই অভিযানত এজন নাইজেৰিয়ান নাগৰিকসহ অসম…

অৰুণাচলৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ গুলীচালনা; আহত অসম ৰাইফলছৰ জোৱান

ভাৰত-ম্যানমাৰ সীমান্তৰ চাংলাং জিলাত বেৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উগ্ৰপন্থীৰ আক্ৰমণত আহত হয় এজন অসম ৰাইফলছৰ জোৱান। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পাংচাউ পাছৰ সমীপত এই গুলীচালনাৰ…

অৰুণাচলত নৃশংস হত্যা পিতৃ-কন্যাক! অসমত গ্ৰেপ্তাৰ অভিযুক্ত যুৱক

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাওত সংঘটিত পিতৃ-কন্যাৰ জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা ৪ মাৰ্চৰ নিশা ৪২ বছৰীয়া বাবলু কোল আৰু তেওঁৰ সাত বছৰীয়া কন্যা…

অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড! ১৩ জনৰ মৃত্যু, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাজপথত দাউদাউকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ! বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাত পুৱা সংঘটিত এই মৰ্মান্তিক ঘটনাত ১৩ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন প্ৰায় ২২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।…